পানীগাঁও থানাৰ ৩ আৰক্ষী গ্ৰেপ্তাৰ, অ’চি-সহ দুজনক নিলম্বন

চোৰাং গৰুৰ সৰবৰাহকাৰী বুলি ভাবুকি দি উৎকোচ গ্ৰহণৰ অভিযোগত লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ তিনিজন আৰক্ষীক আজি গ্ৰেপ্তাৰ কৰা হৈছে। লগতে থানাৰ অ’চি সত্যজিৎ বৰা আৰু উপ-পৰিদৰ্শক ক্ষীৰোদ শইকীয়াক চৰকাৰী…

জোনাইত কংগ্ৰেছীৰ আক্ৰমণকাৰীক চাহ খুৱাই বিদায় দিছে আৰক্ষীয়েঃ ভূপেন বৰা

আজি ধেমাজিৰ জোনাইত এখন সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ ১৮ মাৰ্চত বগৰী চাপৰিৰ এখন সভালৈ গৈ থকাৰ সময়ত কেইবাগৰাকীও কংগ্ৰেছ কৰ্মীক একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনা…

‘ধুবুৰী মিনি বাংলাদেশ’- সুধাংশু ত্ৰিৱেদীৰ বিৰুদ্ধে গোলাকগঞ্জত গোচৰ, বিধানসভাত ভৰ্ৎসনা প্ৰস্তাৱ কংগ্ৰেছৰ

ধুবুৰী জিলাক “মিনি বাংলাদেশ” বুলি কোৱা ৰাজ্যসভাৰ বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ মন্তব্যে অসমৰ ৰাজনীতি গমৰ হৈছে। এই বিবৃতিয়ে বিভিন্ন জনগোষ্ঠী, ৰাজনৈতিক দল আৰু স্থানীয় সংগঠনে তীব্ৰ নিন্দা কৰিছে। বিধানসভাত ভৰ্ৎসনা…

চিণ্ডিকেটৰ টকা লাগে মনোৰঞ্জন তালুকদাৰক, ভাইৰেল কল ৰেকৰ্ডিং

ৰাজ্যৰ ৰাজনীতিত আলোচনা-সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভাইৰেল হোৱা এটা কল ৰেকৰ্ডিং। এই ৰেকৰ্ডিংত নিজকে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ এজন ব্যক্তিৰ নামৰ অন্য এজন ব্যক্তিৰ মাজৰ কথোপকথনে চিণ্ডিকেটৰ টকা আদি-প্ৰদানৰ গুৰুতৰ…

অসম বিধানসভাত উত্তপ্ত পৰিস্থিতি, ৰূপজ্যোতি কুৰ্মীৰ চোঁচাত সদনত হুলস্থূল

অসম বিধানসভাৰ দ্বাদশ দিনৰ অধিৱেশনত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক অখিল গগৈ আৰু শ্বেৰমান আলীক খেদি অহাত সদনত হুলস্থূলৰ সৃষ্টি হয়। কথোপকথনৰ মাজতে ৰূপজ্যোতিয়ে অখিল গগৈ আৰু শ্বেৰমান আলীক চোঁচা লোৱাৰ…

নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ কাকত ফাদিল, কংগ্ৰেছৰ প্ৰতিবাদ

ৰাজ্যত কাহানিও নোহোৱা-নোপোজা কাণ্ড সংঘটিত হৈছে৷ এইবাৰ বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ দৰে লজ্জাজনক কাণ্ড সংঘটিত হৈছে এইখন অসমত৷ নামনি অসমৰ বৰপেটা জিলাত নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাত পৰীক্ষা…

বিতৰ্কিত ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ ঋতু কলিতাৰ গ্ৰেপ্তাৰ

দিছপুৰ আৰক্ষীয়ে বিতৰ্কিত ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ ঋতু কলিতাক গ্ৰেপ্তাৰ কৰিছে। ফেচবুকত অসমৰ শিল্পীসমাজৰ বিৰুদ্ধে অশালীন মন্তব্যৰ অভিযোগত তেওঁৰ বিৰুদ্ধে শিল্পী সমাজে গোচৰ ৰুজু কৰিছিল। বুধবাৰে দিছপুৰ থানাত এই সম্পৰ্কে এজাহাৰ…

নিশা ২ বজালৈ ৱাইনশ্বপ খুলি ৰখাৰ সিদ্ধান্ত বাতিল

আজি ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেটৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুৰাৰ দোকান নিশা ২ বজালৈকে খুলি ৰখাৰ ঘোষণা কৰিছিল৷ ২৪ ঘণ্টাই দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যে…

‘বিহাৰ দিৱস’ বাতিলৰ ঘোষণা দিলীপ শইকীয়াৰ

জাতীয় সংগঠনৰ ৰুদ্ৰমূৰ্তিত সেও মানি বিজেপিয়ে তিনিচুকীয়াত ২২ মাৰ্চৰ বিহাৰ দিৱসৰ অনুষ্ঠান বাতিল কৰাৰ ঘোষণা কৰিছে৷ আজি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এক বিবৃতি প্ৰকাশ কৰে৷ দিলীপ শইকীয়াই কয় যে…

শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ শতবৰ্ষত মুখ্যমন্ত্ৰী, ভাষা হৈ পৰিছে ব্রহ্মপুত্র-বৰাক উপত্যকাৰ সমন্বয়ৰ সাঁকো

বৰাক উপত্যকা ভ্ৰমণৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ শতবৰ্ষ উদযাপনত অংশ লৈ নতুন মন্দিৰ উদ্বোধন কৰে৷ লগতে দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ