ৰাষ্ট্ৰপতিৰ হাতৰ পৰা পদ্মভূষণ গ্ৰহণ যতীন গোস্বামীৰ, পদ্মশ্ৰী গ্ৰেহণ ৰেৱকান্ত মহন্ত, গীতা উপাধ্যায়ৰ
অসমৰ দুই সংস্কৃতিক সাধক আৰু এগৰাকী শিক্ষাবিদে কালি অসামৰিক অন্যতম সন্মান পদ্মভূষণ আৰু পদ্মশ্ৰী গ্ৰহণ কৰিছে৷ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক ঐতিহাসকি অনুষ্ঠানত তিনি সাধকে পদ্মসন্মান গ্ৰহণ কৰিছে৷ ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী…
কাৰাগাৰৰ পৰা মুক্তি: অন্তৱৰ্তীকালীন জামিনত ঘৰলৈ ঘূৰিল শংকৰজ্যোতি বৰুৱা
চৰ্চাৰ কেন্দ্ৰস্থল হৈ থকা ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱা অবশেষত ডিব্ৰুগড় কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে। সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰাৰ পাছতে তেওঁ ৩০ হাজাৰ টকাৰ বেইল বণ্ডত…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপৰ মদৰ বিপণী অনুজ্ঞাপত্ৰ স্থগিত
ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ৰাজ্য চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত মদৰ বিপণী বহুৱাবলৈ দিয়া অনুজ্ঞাপত্ৰ স্থগিত কৰিছে৷ ৰাজ্যবাসী তথা সুধীসমাজে মদৰ বিপণী বাতিল কৰাৰ দাবী উত্থাপন কৰিছিল যদিও আজি আবকাৰী…
১০ ছেপ্টেম্বৰত কংগ্ৰেছক লৈ ডুবিব গৌৰৱ গগৈঃ মুখ্যমন্ত্ৰী
যোৰহাটৰ সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত নিযুক্তি প্ৰদানৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গৌৰৱ গগৈক সভাপতি পদ প্ৰদান…
ব্রহ্মপুত্রৰ পৰা সৃষ্টি মিছাইল ‘ব্রাহ্ম’ছ’ৰ নাম, দাবী হিমন্ত বিশ্ব শৰ্মাৰ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘ব্রাহ্ম’ছ’ মিছাইলৰ অসম সংযোগক আজি সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট কৰিছে৷ মিছাইলমেন ড০ এ পি জে আব্দুল কালামক স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। মিছাইলমেন…
তনু শ্বাহীৰ পক্ষত নেকি অখিল গগৈ! দুলীয়াজান কাণ্ডত ছান্দাজীৱিৰ মুখা খুলিলঃ অখিল গগৈ
শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আজি দুলীয়াজানত বিহাৰী যুৱতী তনু শ্বাহীৰ মন্তব্য আৰু শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত সংবাদমাধ্যমৰ মুখামুখি হৈ দিয়া মন্তব্যত অখিল গগৈয়ে অসমৰ জাতীয়তাবাদী সংগঠন তথা যুৱকসকলক “ছান্দাজীৱি” বুলি…
পেহেলগামত নিহতৰ পৰিয়ালক চেক মন্ত্ৰীসকলৰ, শ্বাহ-নাড্ডাক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ
নতুন দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপিৰ শীৰ্ষ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে৷ নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে৷ মুখ্যমন্ত্ৰীয়ে খোদ সামাজিক মাধ্যমত এই…
বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাক মুক্তি
অসম আৰক্ষীয়ে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাক মুক্তি দিয়ে। গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যজুৰি উদ্ভৱ হোৱা প্ৰতিক্ৰিয়াৰ পিছতে আৰক্ষীয়ে মুকলি কৰি দিবলৈ বাধ্য হয়৷ শিৱসাগৰৰ যি ঠাইত গ্ৰেপ্তাৰ কৰা…
শিলসাঁকোত ভূমি দখল কৰাৰ অভিযোগত কিশোৰ দাসক গ্ৰেপ্তাৰ
শিলসাঁকোৰ ভূমি দখল কৰি বিক্ৰী কৰা এজন দলালক আজি গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ নিজকে বিজেপি-আৰএছএছ নেতা বুলি পৰিচয় দিয়া মাটিৰ দালাল কিশোৰ দাসক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ কিশোৰ…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত মদৰ দোকান
অসমৰ প্ৰজ্ঞাৰ বৰঘৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত বিদেশী মদ বিক্ৰীৰ দোকান খুলিবলৈ অনুমতি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আবকাৰী বিভাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওচৰত থকা এখন বাৰ আৰু ৰেষ্টুৰেণ্টক বিদেশী মদ বিক্ৰীৰ…