‘নিউক্লিয়াৰ ব্লেকমেইল’ সহ্য কৰা নহ’ব, ‘অপাৰেচন সিন্দূৰ’ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লোৱা নীতিঃ মোদী
পেহেলগাম কাণ্ড আৰু যুদ্ধবিৰতিৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৮ বজাত দেশবাসীক সম্বোধন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক সকীয়নি প্ৰদান কৰে৷ নৰেন্দ্ৰ মোদীয়ে কয় যে তেজ আৰু পানী একেলগে বৈ…
বাণিজ্য বন্ধ কৰাৰ কথা কোৱাতহে ভাৰত-পাকিস্তানে যুদ্ধ বন্ধ কৰিবলৈ সন্মতঃ ডনাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰত আৰু পাকিস্তানৰ মাজত সম্ভাব্য পাৰমাণৱিক যুদ্ধ তেওঁ বন্ধ কৰিছে। সোমবাৰে হোৱাইট হাউচত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তাত তেওঁ প্ৰকাশ কৰে যে আমেৰিকাই এই…
টেষ্ট ক্ৰিকেটে স্থিৰতা দিছে আৰু জীৱনৰ বাবে অমূল্য শিক্ষা দিলে
মই প্ৰথমবাৰলৈ টেষ্ট ক্ৰিকেটত ব্লু পিন্ধি দললৈ আহিছিলো৷ তাৰ ১৪ বছৰ পাৰ হৈ গ’ল। সত্য কথা যে মই কেতিয়াও কল্পনা কৰা নাছিলো যে এই ফৰ্মেটত মোক এনে যাত্ৰালৈ লৈ যাব।…
জিলা পৰিষদত ১৭০ খনত বিজেপি, ১৫ খনত কংগ্ৰেছ জয়ী
আজি পুৱাৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হৈছে৷ বিটিআৰ, ডিমা হাচাও স্বায়ত্ব শাসিত আৰু কাৰ্বি স্বায়ত্ব শাসিত এলেকাত বাহিৰে বাকী সকলো ঠাইতে অনুষ্ঠিত পঞাচত নিৰ্বাচনৰ ভোট গণনা পুৱাৰে পৰা অনুষ্ঠিত…
জম্মুত মণিপুৰৰ জোৱান দীপক চিনগাখাম শ্বহীদ
যুদ্ধ সমাপ্তিৰ মাজতে সমগ্ৰ দেশৰ বাবে গভীৰ বেদনাদায়ক হৈ পৰিছে। জম্মু-কাশ্মীৰৰ আৰ.এছ. পুৰা অঞ্চলত ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত সংঘটিত সীমান্তৰ সিপাৰৰ গুলী বৰ্ষণত আন এজন জোৱান শ্বহীদ হৈছে৷ বিএছএফ কনষ্টবল (জিডি)…
ভাৰত-পাকিস্তানৰ মাজত সংঘৰ্ষবিৰতি
ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে শনিবাৰে এখন সংক্ষিপ্ত বিবৃতিত জানিবলৈ দিয়ে যে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘৰ্ষবিৰতিৰ ওপৰত একমত হৈছে। তেওঁ কয় যে পাকিস্তানৰ ডাইৰেক্টৰ জেনাৰেল অৱ মিলিটাৰী অপাৰেচনে ভাৰতীয়…
ভাৰত-পাকিস্তান উত্তেজনা: জম্মু, ৰাজস্থান, পঞ্জাৱত পাকিস্তানৰ ড্ৰোন-মিছাইল আক্ৰমণ
ভাৰতৰ দ্বাৰা পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্রাসবাদী ঘাঁটিত কৰা আক্ৰমণৰ ঠিক পিছতে বৃহস্পতিবাৰে পাকিস্তানে জম্মু, ৰাজস্থান আৰু পঞ্জাৱৰ কেইবাটাও অঞ্চলত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলায়। ভাৰতে তৎক্ষণাত নিজৰ বায়ু-প্ৰতিৰক্ষা…
পাকিস্তানৰ মিছাইল আক্ৰমণ বিফল, পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰিলে ভাৰতে
পেহেলগামত ২২ এপ্ৰিল তাৰিখে হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণত ২৬ গৰাকী নিৰীহ পৰ্যটকৰ মৃত্যু হোৱাৰ প্ৰত্যাঘাত স্বৰূপে ভাৰতীয় সেনাই ৬ মে’ৰ নিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা স্থানত লক্ষ্যভেদী এয়াৰ…
অসমত ১৮ খন জিলাত একেলগে মকড্ৰিল, আকাশত বাজি উঠিল ছাইৰেন
ৰাজ্যৰ ১৮ খন জিলাত আজি বিয়লি ৪ বজাৰ সময়ত একেলগে মকড্ৰিল (সামৰিক অভ্যাস) অনুষ্ঠিত হয়। সমগ্ৰ দেশৰ লগতে অসমতো ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি এই মকড্ৰিল সম্পন্ন কৰা হয়। ভাৰতীয় সেনাই…
মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগক গোচৰ কংগ্ৰেছৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া নাৰীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অসম প্ৰদেশ মহিলা কংগ্ৰেছে অসম ৰাজ্যিক মহিলা আয়োগক এখন পত্ৰ প্ৰদান কৰিছে৷ আজি মহিলা…