২৬ হাজাৰ কোটি পানীত পৰিল আদানীৰ
২৬ হাজাৰ কোটি পানীত পৰিল আদানীৰ ৬টা বেংক একাউণ্টসহ সমুদায় টকা জব্দ কৰিলে ছুইছ বেংকে ৩১০ মিলিয়ন ডলাৰসহ ছুইছ বেংকে জব্দ কৰিলে গৌতম আদানীৰ কেইবাটাও বেংক একাউণ্ট। ছুইজাৰলেণ্ডৰ সংবাদ প্ৰতিষ্ঠান…
ভাৰত বিৰোধী নেতাক সাক্ষাৎ কৰি শাসকীয় দলৰ ৰোষত ৰাহুল গান্ধী
লোকসভা নিৰ্বাচনৰ পিছত প্ৰথমবাৰলৈ আমেৰিকা ভ্ৰমণলৈ গৈ বিপদত পৰিছে কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধী। সম্প্রতি আমেৰিকাৰ বিভিন্ন সম্প্ৰদায়ৰ নেতাক সাক্ষাৎ কৰি আছে ৰাহুল গান্ধীয়ে। য’ত ভাৰত বিৰোধী কৰ্মী…
কোটি টকাৰ সম্পত্তিতকৈ মূল্যৱান উপদেশঃ সন্তানক শিকাৱক এই ১০টা কথা…
ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াত এটা বিশেষ পোষ্ট খুবেই ভাইৰেল হৈছে। এগৰাকী দেউতাকে এগৰাকী সন্তানক শিকাব লগীয়া কেইটামান কথা বিশেষ ভাৱে চৰ্চা হৈছে ছচিয়েল মিডিয়াত। এই ১০টা কথা হৈছে- ১. জোতা চিলাই…
পাকিস্তানত নৃশংস ঘটনা! ঘাইপথত বাছৰ পৰা নমাই কমেও ২৩ যাত্ৰীৰ অস্ত্ৰধাৰীৰ গুলীয়াই হত্যা
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বেলিচিস্তানত সোমবাৰে অস্ত্রধাৰী দুৰ্বৃত্তই কৰা গুলীবৰ্ষণত কমেও ২৩ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। দেশখনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বেলুচিস্তানৰ মুছাখেল জিলাত দুৰ্বৃত্তই বাছৰ পৰা…
ছৌদি আৰৱৰ মৰুভূমিৰ বুকুত বাট হেৰুৱাই ভোকে-পিয়াহে আতুৰ হৈ কৰুণ মৃত্যু ভাৰতীয় যুৱকৰ
ডিজিটেল ডেস্কঃ ছৌদি আৰৱৰ আটাইতকৈ বিপজ্জনক মৰুভূমি হিচাপে পৰিচিত ৰাব আল খলী মৰুভূমিত বাট হেৰুৱাই অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এজন ভাৰতীয় যুৱকে। প্ৰায় ৬৫০ কিলোমিটাৰ বিস্তৃত বিশাল মৰুভূমিখনত জিপিএছ ছিগনেল…
বাংলাদেশৰ তাৰকা ক্ৰিকেটাৰ ছাকিব আল হাছানৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
ডিজিটেল ডেস্কঃ বাংলাদেশত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ মাজতে এটা হত্যাকাণ্ডৰ গোচৰত নাম সাঙোৰ খাই পৰিছে বাংলাদেশ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা দেশখনৰ সবাতোকৈ জনপ্ৰিয় তাৰকা ক্ৰিকেটাৰ ছাকিব আল হাছানৰ। এজন…
শোকাবহ! নেপালৰ নৈত বাগৰি পৰিল ভাৰতৰ যাত্ৰীবাহী বাছ, ১৭ জনৰ মৃতদেহ উদ্ধাৰ
ডিজিটেল ডেস্কঃ শুকুৰবাৰে নেপালত দুৰ্ঘটনাত পতিত হয় ভাৰতৰ এখন যাত্ৰীবাহী বাছ। চুবুৰীয়া দেশখনৰ তানাহুন জিলাৰ মৰছাংগী নদীত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ৪০ জন যাত্ৰী কঢ়িয়াই নিয়া ভাৰতীয় বাছখন। তানাহুন জিলা…
শিশু আৰু মহিলাক যৌন নিৰ্যাতনৰ অপৰাধত আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় চিকিৎসক
ডিজিটেল ডেস্কঃ আমেৰিকাত শিশু আৰু মহিলাৰ্ ওপৰত একাধিক যৌন নিৰ্যাতনৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে এজন ভাৰতীয় চিকিৎসকক। ভাৰতৰ পৰা গৈ আমেৰিকাৰ হাস্পতালত চিকিৎসক হিচাপে কৰ্মৰত হৈ থকা আভ্যন্তৰীণ চিকিৎসাৰ বিশেষজ্ঞ…
১১৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বিশ্বৰ আটাইতকৈ বৰ্ষীয়ান মহিলা মাৰিয়া ব্ৰনয়ানছৰ
ডিজিটেল ডেস্ক: বিশ্বৰ আটাইতকৈ বৰ্ষীয়ান মহিলাগৰাকীৰ দেহাৱসান। ১১৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বিশ্বৰ আটাইতকৈ বয়সস্থ মহিলা হিচাপে স্বীকৃতিপ্ৰাপ্ত মাৰিয়া ব্ৰনয়ানছ ম’ৰিয়াৰ। উল্লেখ্য যে, ২০২৩ চনত স্পেইনৰ নিবাসী মাৰিয়াক…
চীনত মুষলধাৰ বৰষুণৰ তাণ্ডৱ! ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত ৫০ জনৰ মৃত্যু, সন্ধানহীন ১৫ জন
ডিজিটেল ডেস্ক: আমফানৰ ফলত হোৱা প্ৰচণ্ড বৰষুণে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰিছে মধ্য চীনৰ হুনান প্ৰদেশৰ জিক্সিং চহৰত। স্থানীয় কৰ্তৃপক্ষই সদৰী কৰা মতে, প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্ট ক্ষন্তেকীয়া বান আৰু…