আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

খাদ্যৰ সন্ধানত লোকালয়ত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু স্বামী-স্ত্ৰীৰ

বাক্সা জিলাৰ তামুলপুৰৰ ইক্ৰাবিলত খাদ্যৰ সন্ধানত লেকালয়লৈ ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে পতি-পত্নী। নিহত লোক দুজন সুভাষ ৰয়(৬০) আৰু ফুলমালা ৰয় (৫০) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা…

টকাৰ খক! আৰক্ষীৰ নামত এজাহাৰকাৰীৰ পৰা ধন লৈ আৰক্ষীৰ জালত দালাল

আৰক্ষীৰ নামত ধন লৈ চাপৰ আৰক্ষীৰ জালত পৰিল এজন দালাল। চাপৰ আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰে এগৰাকী প্ৰবঞ্চক। আৰক্ষীয়ে খেদি খেদি আটক কৰিছে ফলিমাৰীৰ মজিবৰ ৰহমান নামৰ…

ধুবুৰী অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ ঐতিহাসিক ৰায়; গছ কটাক লৈ সংঘটিত হৈছিল ভয়ংকৰ ঘটনা

ধুবুৰী অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ ঐতিহাসিক ৰায়দান। ৭ জনৰ বিৰুদ্ধে ঐতিহাসিক ৰায়দান প্ৰদান কৰে আদালতে। ৰায়দানত ৪ জন দোষী আৰু তিনিজন নিৰ্দোষী সাব্যস্ত হয়। দুজনক যাবজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে জৰিমনা বিহা…

এগৰাকী বাংলাদেশীক ৫ বছৰ কাৰাদণ্ড দক্ষিণ শালমাৰা-মানকাচৰ জিলা আদালতৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতত আজি এগৰাকী বাংলাদেশী নাগৰিকক ১০ হাজাৰ টকা জৰিমনাসহ ৫ বছৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। উল্লেখ্য যে, সুখচৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ২০২৩…

৭০০০ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত এগৰাকী পঞ্চায়ত সচিব

মাত্ৰ ৭০০০ টকা উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী পঞ্চায়ত সচিব। গ্ৰেপ্তাৰ হোৱা পঞ্চায়ত সচিবগৰাকী হ’ল বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ সচিব। উকোচ লৈ গ্ৰেপ্তাৰ…

হাজোৰ চৰাবড়ীত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু, গুৰুতৰভাৱে আহত মহিলা

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত চৰাবড়ীত আজি সংঘটিত হৈছে এক বিদ্যুৎস্পৃষ্টৰ ঘটনা। এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ব্যক্তিজন…

ধুবুৰীত অস্ত্ৰ, গুলীসহ গ্ৰেপ্তাৰ পঞ্জাৱৰ এজন যুৱক

ধুবৰীত মাৰণাস্ত্ৰ আৰু গুলীসহ পঞ্জাৱৰ অমৃসৰৰ গুৰবেছ সিং নামৰ এজন শিখ সম্প্ৰদায়ৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে। ২২ ছেপ্তেম্বৰত ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডৰ শ্বহীদ ক্লক টাৱাৰৰ সমীপতেই ধুবুৰী…

ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ যাত্ৰীবাহী ফেৰী; যাত্ৰীৰ মাজত হাহাকাৰ

অসহ্যকৰ গৰমৰ মাজতে অহা প্ৰচণ্ড ধুমুহাৰ মাজত ব্ৰহ্মপুত্ৰত আৱদ্ধ হৈ পৰিছে এখন যাত্ৰীবাহী ফেৰী। প্ৰায় দুই শতাধিক যাত্ৰী সহ আৱদ্ধ হৈ আছে ধুবুৰী হাটশিঙিমাৰী যাত্ৰীবাহী ফেৰীখন।যাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি…