দুটা সোণ, এটা ব্ৰঞ্জৰ পদকেৰে ফিজিত উজ্বলিল অসমৰ ভাৰোত্তোলক বেদব্ৰত ভৰালী
অসমৰ উদীয়মান ভাৰোত্তোলনক বেদব্ৰত ভৰালীয়ে ফিজিত চলি থকা কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত দুটা স্বৰ্ণ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতক গৌৰৱান্বিত কৰিছে। ১৭ বছৰীয়া প্ৰতিভাৱান ভাৰোত্তোলকজনে ৭৩ কেজি যুৱ…
ডিমুত সন্দেহজনক পিষ্টলসহ দুজন যুৱকক গ্ৰেপ্তাৰ
কামৰূপ জিলাৰ ডিমুত সন্দেহজনক পিষ্টলসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত যুৱক এজনৰ নাম ইমৰান হুছেইন বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত আনজনন যুৱকৰ পৰিচয় জানিব পৰা হোৱা নাই। যুৱকজনৰ…
মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰা ৫ গৰাকী বাংলাদেশী নাগৰিকক আটক
এইবাৰ মানকাচৰত আটক ৫ গৰাকী বাংলাদেশী নাগৰিক। নিশা মানকাচৰ আৰক্ষীৰ নাকা তালাচীৰ সময়ত অসম মেঘালয়ৰ সীমান্তৰ মানকাচৰৰ মিৰজুমলা পথত আটক কৰে বাংলাদেশী নাগৰিক কেইজনক। ধৃত বাংলাদেশী নাগৰিক সকলৰ দুজন পুৰুষ…
আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰৰ শীৰ্ষত কাৰ্বি আংলঙৰ এগৰাকী ছাত্ৰ নেতা
সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰৰ শীৰ্ষত আছে কাৰ্বি আংলঙৰ এগৰাকী ছাত্ৰ নেতা। আগন্তুক ৬ মাহলৈ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লাভৰ উজ্জ্বল সম্ভাৱনা চৰ্জন হাঞ্চেৰ। প্ৰায়…
অচিনাকি বাহনৰ খুন্দাত মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰ কহিনুৰৰ
বিলাসীপাৰাৰ নয়াহাটত সংঘটিত হৈছে অক ভয়ংকৰ পথ দুৰ্ঘটনা। বৰকান্দাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় দশম শ্ৰেণীৰ স্কুলীয়া ছাত্ৰ। নিহত ছাত্ৰ জন ভৱালকামাৰী প্ৰথম খণ্ড গাঁৱৰ…
চুমি বৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ
ৰাজ্যজুৰি ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত চলি থকা তীব্র চৰ্চাৰ মাজতে এইবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে। আজি ৰঙিয়াত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশ লৈ অভিনেত্ৰী গৰাকীয়ে কয়…
গ্ৰেপ্তাৰ হ’ব নেকি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা?
গ্ৰেপ্তাৰ হ’ব পাৰে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে আনিছে চাঞ্চল্যকৰ অভিযোগ। ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত…
স্মাৰ্ট মিটাৰ আৰু হিন্দু-মুছলমান প্ৰসংগক লৈ গৰজি উঠিল অগপ নেতা
ৰঙিয়াত বিজেপি মিত্ৰজোঁটৰ অন্যতম সহযোগী দল অসম গণ পৰিষদৰ সম্পাদক তথা মুখপাত্ৰ অৰ্ণৱ ভৰালীয়ে স্মাৰ্ট মিটাৰ আৰু হিন্দু-মুছলমানৰ প্ৰসংগক লৈ সংবাদ মাধ্যমৰ আগত গৰজি উঠা দেখা যায়। অগপ নেতাগৰাকীয়ে সংবাদ…
খাৰুপেটীয়াত নৃশংস ঘটনা; পাষাণ পুত্ৰৰ হাতত মৃত্যু মাতৃৰ
ৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ খাৰুপেটীয়াত নিজ পাষান পুত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে মাতৃয়ে। গনেশ দাস নামৰ এই পাষাণ পুত্ৰজনৰ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি…
প্ৰাক-শিক্ষক দিৱসত শিক্ষাবিদ-সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক সম্বৰ্ধনা
আজি ৰাজ্যৰ দুটাকৈ স্বেচ্ছাসেৱী অনুষ্ঠানে যৌথভাৱে অনুষ্ঠিত কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকী শিক্ষাবিদৰ লগতে ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক সন্মানীত কৰে৷ শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়োৱা বৰঙণিৰ বাবে শিক্ষাবিদ ড০…