উৎসৱৰ বতৰত উদণ্ড যুৱকক নিয়ন্ত্ৰণ কৰিবলৈ সাজু ‘এণ্টি ৰোমিঅ’ স্কোৱাড’…

ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ সময়ত বৃদ্ধি পোৱা ৰোমিঅ’সকলক নিয়ন্ত্ৰণ কৰিবলৈ গঠন কৰা হৈছে এণ্টি ৰোমিঅ’ স্কোৱাড।শিলচৰ আৰক্ষীয়ে গঠন কৰিছে এই এণ্টি ৰোমিঅ’ স্কোৱাড। যুৱতী, মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু উদণ্ড যুৱকক…

মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজি হাইলাকান্দিত এক দলীয় সভাত অংশ লোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য…

দুৰ্গা পূজাৰ বিজয়া দশমীৰ বাবে ডাঙৰ ঘোষণা কাছাৰ জিলা প্ৰশাসনৰ

দুৰ্গা পূজা উৎসৱৰ পূৰ্বে কাছাৰ জিলা প্ৰশাসনে যোৱা ২৪ ছেপ্টেম্বৰত বিভিন্ন পূজা সমিতিৰ বিষয়ববীয়াৰ সৈতে এক বৈঠক আহ্বান কৰি নীতি-নিৰ্দেশনা আৰু মহোৎসৱ শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে পালন কৰাটো নিশ্চিত কৰে। কাছাৰ…

আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰৰ শীৰ্ষত কাৰ্বি আংলঙৰ এগৰাকী ছাত্ৰ নেতা

সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰৰ শীৰ্ষত আছে কাৰ্বি আংলঙৰ এগৰাকী ছাত্ৰ নেতা। আগন্তুক ৬ মাহলৈ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লাভৰ উজ্জ্বল সম্ভাৱনা চৰ্জন হাঞ্চেৰ। প্ৰায়…

পঞ্চায়ত নিৰ্বাচনতো মিত্ৰজোঁট অক্ষুণ্ণ থকাৰ ইংগিত অতুল বৰাৰ

আগন্তুক পঞ্চায়ত নিৰ্বাচনতো অক্ষুণ্ণ থাকিব অগপ-বিজেপিৰ মিত্ৰতা। আজি হাইলাকান্দিত এই ইংগিত দিলে অগপ সভাপতি অতুল বৰাই। দুদিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ দ্বিতীয় দিনা আজি হাইলাকান্দিত আহি উপস্থিত হয় ৰাজ্যৰ কৃষি, পশুপালন…

আৰক্ষীৰ জালত এজন বাংলাদেশী; ১২ বছৰ ধৰি আছিল ভাৰতত

পুনৰ হাইলাকান্দিত আটক এজন বাংলাদেশী নাগৰিক। হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত ধনীপুৰ গাঁৱৰ পৰা আটক কৰা হৈছে বাংলাদেশী নাগৰিকজনক। আটক হোৱা বাংলাদেশী নাগৰিকৰ নাম হৈছে এম ডি শ্যাম উদ্দিন।…

হাইলাকান্দিত ভয়ংকৰ দুৰ্ঘটনা; একেটা পৰিয়ালৰে চাৰিজনৰ মৃত্যু

হাইলাকান্দি জিলাৰ কাটাখাল বাইপাছত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা। এখন এল্ট’ আৰু ইয়ন গাড়ীৰ মাজত হোৱা সংঘৰ্ষত চাৰিগৰাকী লোকৰ মৃত্যু হয়। থিতাতে নিহত হোৱা চাৰিগৰাকীৰ মাজত আছে এগৰাকী মহিলা। নিহত…

কাছাৰত চাঞ্চল্যকৰ ঘটনা; প্ৰেমিক-প্ৰেমিকাই কৰিলে ভয়ংকৰ কাণ্ড

কাছাৰৰ শিলকুড়িত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গছৰ একেটা ডালত চিপ লৈ প্ৰেমিক-প্ৰেমিকাই আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ…

শিলচৰত চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই নিজকে শেষ কৰিলে এজন জোৱানে

শিলচৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই এগৰাকী RPSF জোৱানে আত্মহত্যা কৰে। শিলচৰ ৰেল ষ্টেচনত সংঘটিত এই চাঞ্চল্যৰ ঘটনাটোত মৃত্যু হোৱা জোৱানজন উত্তৰ প্ৰদেশৰ সানুজ চৌহান…

ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা ঘোষণা, চলিত বৰ্ষত ১৩ শিক্ষকক এই বঁটা

গুৱাহাটীঃ আজি ৰাজ্য চৰকাৰে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা ঘোষণা কৰিছে৷ চলিত বৰ্ষত ১৩ শিক্ষকক এই বঁটা প্ৰদান কৰা হৈছে৷ ৫ ছেপ্তেম্বৰত শিক্ষক দিৱসৰ দিনটোত দিয়া হ’ব বঁটাসমূহ৷ ৰাজ্য চৰকাৰৰ উদ্যোগত…