বিতৰ্কিত মিঞা গীত গাই ভাইৰেল হোৱা গায়ক আলতাফ হুছেইনক গ্ৰেপ্তাৰ

অসম কাৰো বাপেকৰ সম্পত্তি নহয় বুলি অসমীয়া জাতিক অপমান কৰা মিঞা গীত গাই ভাইৰেল হৈ পৰা বিতৰ্কিত গায়ক তথা ইউটিউবাৰ আলতাফ হুছেইনক গ্ৰেপ্তাৰ। শনিবাৰে গৌৰীপুৰ আৰক্ষীয়ে সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰাৰ…

আৰক্ষীৰ জালত ‘মিঞা গান’ৰ গায়ক

আৰক্ষীৰ জালত ‘মিঞা গান’ৰ গায়ক গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে ‘মিঞা গান’ৰ গায়ক আলতাপ হুছেইনক ‘অসম কাৰো বাপৰ সম্পত্তি নহয়’ বুলি গান গাইছিল আলতাপে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আলতাপৰ বিতৰ্কিত…

হিমন্ত বিশ্ব শৰ্মাক যোগী আদিত্যনাথৰ চীনা সংস্কৰণ আখ্যা তেজস্বী যাদৱৰ, ক’লে…

হিমন্ত বিশ্ব শৰ্মা যোগী আদিত্যনাথৰ ‘চীনা সংস্কৰণ’- এইদৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিছে বিহাৰৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী তথা আৰজেডিৰ নেতা তেজস্বী যাদৱে। মিঞা বিতৰ্কই অসম ৰাজ্য আৰু ৰাজনীতি…

লাহোৱালত অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষী আৰু মহিলাৰ তীব্ৰতৰ অভিযান

লাহোৱালৰ ডিব্ৰুৱাল গাঁৱত অবৈধ চুলাই মদৰ বিৰুদ্ধে যুদ্ধংদেহি অভিযান লাহোৱাল আৰক্ষীৰ আৰু মহিলা সমাজৰ। লাহোৱালৰ মহিলা সমাজৰ অভিযোগৰ পিছতেই লাহোৱাল আৰক্ষীয়ে এক যুদ্ধংদেহি অভিযানৰ মাজেৰে ডিব্ৰুৱাল গাঁৱৰ কেইবাটাও অবৈধ চুলাই…

লাহোৱালত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অসমীয়া মহিলা মঞ্চৰ প্ৰতিবাদ

তপন কুমাৰ শইকীয়া, লাহোৱালঃ স্মাৰ্ট মিটাৰৰ জড়িয়তে অসম চৰকাৰে অসমৰ মানুহৰ ওপৰত ডকাইতি কৰিছে, লুণ্ঠন চলাইছে। গৌতম আদানিক এই স্মাৰ্ট মিটাৰৰ ঠিকা দি লুণ্ঠন চলাইছে চৰকাৰে। এই দাবীৰে লাহোৱালত তীব্ৰ…

তিনি বিৰোধী নেতা বিৰুদ্ধে গোচৰ বিজেপি নেতা ময়ূৰ বৰগোঁহাইৰ….

ৰাজ্যৰ তিনি বিৰোধী নেতাৰ বিৰুদ্ধে গোচৰ শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোঁহাইৰ। ৰাজ্যজুৰি মিঞা বিতৰ্ক অব্যাহত থকাৰ সময়তে শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰুজু কৰিছে বিজেপি নেতাজনে। বিধায়ক অখিল গগৈ,…

অসম সন্তান অভিনেতা আদিল হুছেইনলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

জনপ্ৰিয় অভিনেতা, অসম সন্তান আদিল হুছেইনলৈ ২০২৪ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে আগবঢ়াব এই বঁটা। উল্লেখ্য যে, অসমৰ গোৱালপাৰাৰ পৰা গৈ বিশ্ব দৰবাৰত খ্যাতি…

মৰ্মান্তিক! ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু বৃদ্ধ দম্পতীৰ

বঙাইগাঁৱত শোকাবহ ঘটনা। বিধ্বংসী অগ্নিকাণ্ডৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু বৃদ্ধ দম্পতীৰ। বঙাইগাঁৱৰ উত্তৰ বইটামাৰীৰ বাশবাৰী বজাৰত নিশা সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত মৃত্যু ঘটে দুলাল ভট্টাচাৰ্য আৰু কৌশল্যা…

অসম আন্দোলনৰ নেতা ভৈৰব ডেকাৰ পৰলোকপ্ৰাপ্তি

গোৰেশ্বৰ, ৩০আগষ্টঃ অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ নেতা তথা অ গ প দলৰ গোৰেশ্বৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি , তামুলপুৰ জিলা সমিতৰ সভাপতি ,গোৰেশ্বৰ ব্যৱসায়ী সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট সমাজকৰ্মী ভৈৰৱ…

লাহে লাহে উজনিৰ যুৱ প্ৰজন্ম হৈ আহিছে পংগু, প্ৰকৃত কাৰণ জানি আপুনি হ’ব হায়ৰাণ

লাহোৱালঃ উজনি অসমৰ পৰা মিঞা খেদি কৰ্ম-সংস্কৃতি গঢ়িব খুজিছে কেইবাটাও খিলঞ্জীয়া সংগঠনে৷ উজনিৰ জিলা কেইখনত মিঞা খেদি নিজেই কাম-কাজত ধৰিব খুজিছে খিলঞ্জীয়াই৷ মিঞা খেদা অভিযানৰ চৰ্চাৰ মাজতে আন এটা বিষয়েহে…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে