মানস শৰণীয়াক আদৰিবলৈ কোকৰাঝাৰত অনুষ্ঠিত হ’ব গণ সমাৱেশ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, জাতীয়তাবাদী মানস শৰণীয়াই শীঘ্ৰে ৰাজনৈতিক দলত যোগদান কৰিব৷ বিটিআৰ এলেকাৰ প্ৰাক্তন বিদ্ৰোহীসকলৰ গোচৰ চলাই অহা ৰাজ্যৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াই শীঘ্ৰে ৰাজনৈতিক দলত যোগদান কৰিব…
নিৰ্দিষ্ট একাংশ মানুহে বাৰে বাৰে আক্ৰমণ কৰি আহিছে অসমীয়াকঃ ধিং কাণ্ডৰ পিছত মন্তব্য পীযুষ হাজৰিকাৰ
গুৱাহাটীঃ ধিঙৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে সংঘটিত দলবদ্ধ ধৰ্ষণকাণ্ডক লৈ অব্যাহত আছে প্ৰতিবাদ। এই ঘটনাৰ প্ৰতিবাদত আজি ধিঙৰ ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে শ শ মহিলা। ধিঙৰ এই ঘটনাক লৈ…
EDক বিজেপিৰ পোহনীয়া কুকুৰ আখ্যা ভূপেন বৰাৰ! আদানী কেলেংকাৰীৰ তদন্তৰ দাবীৰে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ
ডিজিটেল ডেস্কঃ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে প্ৰকাশ কৰা আদানী কেলেংকাৰীৰ তদন্তৰ বাবে যুটীয়া সংসদীয় কমিটী গঠনৰ দাবীৰে দেশজুৰি কংগ্ৰেছে সাব্যস্ত কৰা প্ৰতিবাদৰ অংশ হিচাপে বৃহস্পতিবাৰে গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছৰ অসংখ্য…
কিশোৰী ধৰ্ষণকাণ্ডক লৈ উত্তাল ধিং! ৰাজপথলৈ ওলাই আহিল শ শ মহিলা, DGPক ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
গুৱাহাটীঃ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক টিউচনৰ পৰা ঘৰলৈ ওভতাৰ সময়ত তিনি দুৰ্বৃত্তই বলপূৰ্বক ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থোৱা জঘন্য কাণ্ডক লৈ উত্তাল হৈ পৰিছে নগাঁও জিলাৰ সমগ্ৰ ধিং অঞ্চল।…
শান্তিৰ অসম! ৭ মাহৰ ভিতৰতে সংঘটিত হ’ল ৫৩৩টা হত্যাকাণ্ড, ব্যৰ্থ চৰকাৰ-প্ৰশাসন
গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আৰু অসম আৰক্ষীয়ে ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱা বুলি জহাই ফুৰিলেও প্ৰকৃতপ্ৰক্ষত ৰাজ্যৰ পৰিস্থিতি কেনেধৰণৰ সেই কথা উদঙালে খোদ মুখ্যমন্ত্ৰীয়ে। অসম বিধানসভাৰ মজিয়াত…
অসমৰ ৪ জিলাত চৰকাৰী ভাষা হিচাপে স্বীকৃত হ’ব মণিপুৰী ভাষা, বিধানসভাত দাখিল সংশোধনী বিধেয়ক
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ বৃহস্পতিবাৰে সদনত উত্থাপন কৰা হয় অসমৰ চাৰিখন জিলাত মণিপুৰী ভাষাক সহ চৰকাৰী ভাষা হিচাপে অনুমতি দিয়াৰ সংশোধনী বিধেয়ক। ৰাজ্যৰ বিধানসভাত তিনিখন নতুন বিধেয়ক…
মুখমন্ত্ৰীৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে সৰৱ CPI, সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ উদ্বেগ প্ৰকাশ
গুৱাহাটীঃ সংবাদ মাধ্যমেৰে বাৰ্তালাপৰ সময়ত এগৰাকী মুছলমান সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰশ্নক সাম্প্ৰদায়িক ৰূপ দিয়া কাৰ্য্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে চিপিআই (এম)ৰ অসম…
অমানৱীয়! ধিঙত টিউচনলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থৈ গ’ল ৩ দুৰ্বৃত্তই, ধিং বন্ধ ঘোষণা আছুৰ
গুৱাহাটীঃ কলকাতাৰ মহিলা চিকিৎসকৰ সৈতে সংঘটিত জঘন্য কাণ্ডক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ অসম মুলুকত যৌন নিৰ্যাতনৰ বলি হ’ল আন এগৰাকী ছাত্ৰী। নগাঁৱৰ ধিঙত এগৰাকী কিশোৰী ছাত্ৰীক ধৰ্ষণ…
বি টি চিৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ অভিযোগ, স্বচ্ছ আৰু নিকা নিযুক্তিৰ দাবী ডি ৱাই এফ আইৰ
গুৱাহাটীঃ বি টি চিৰ অধীনৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে শেহতীয়াকৈ ঘোষণা কৰা চূড়ান্ত তালিকাত যথেষ্ট আসোঁৱাহ আৰু অস্পষ্টতা ৰৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ভাৰতৰ গণতান্ত্ৰিক…
অসম সন্তান ডঃ পূৰৱী শইকীয়া আৰু বাপ্পী পলক ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদান ৰাষ্ট্ৰপতিৰ
অসমৰ দুগৰাকী বিজ্ঞানীলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ। অসম সন্তান ডঃ পূৰৱী শইকীয়া আৰু ডঃ বাপ্পী পলক প্ৰদান কৰা হৈছে ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ। ৰাষ্ট্ৰপতি ভৱনত বিজ্ঞানী দুগৰাকীক এই পুৰস্কাৰ প্ৰদান কৰে…