পুনৰ লুইতৰ বিস্ফোৰণ, বাহিৰৰ IAS-এ অসমীয়া ছোৱালী-বোৱাৰীক পণ্য সামগ্ৰী বুলি ভাবে!
গুৱাহাটীঃ নামনি অসমৰ নলবাৰী জিলাৰ জিলা আয়ুক্তৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি চৰ্চিত ব্যৱসায়ী লুইত কুমাৰ বৰ্মনে এইবাৰ আন এগৰাকী আইএএছ বিষয়াৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ। আইএএছগৰাকীৰ নাম প্ৰকাশ…
হিমন্ত বিশ্ব শৰ্মাৰ মুখত ফ্লাড জেহাদৰ কথাৰ মাজতে কবি নীলিম কুমাৰে ৰাজ্যপালক দিলে বিশেষ পত্ৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘ফ্লাড জেহাদ’ৰ কথা কৈ মেঘালয়ৰ ইউএছটিএম নামৰ ব্যক্তিগত শিক্ষানুষ্ঠানখনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সয়মতে বিশিষ্ট কবি নীলিম কুমাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। আজি ৰাজ্যপালক বিশেষ…
অসমত এতিয়া অদক্ষ নেতাৰ শাসন, জেহাদক লৈ ৰাজনীতি কৰা মুখ্যমন্ত্ৰী আইন-শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থঃ ভূপেন বৰা
গুৱাহাটীঃ দক্ষ নহয়, অসমত এতিয়া অদক্ষ আৰু বাকচতুৰ নেতা এজনৰ শাসন চলিছে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন সকলো দিশতে একপ্ৰকাৰ ব্যৰ্থ হৈছে। তেনে ব্যৰ্থতা থাকিবলৈ আৰু মূল ইছ্যুসমূহৰ পৰা মানুহৰ মনোযোগ…
অসমৰ উন্নয়নক প্ৰভাৱিত কৰিব পৰা যিকোনো কাৰ্য্য বন্ধ কৰিবলৈ পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
গুৱাহাটীঃ ৰাজ্যৰ উন্নয়নক প্ৰভাৱিত কৰিব পৰা যিকোনো কাৰ্য বন্ধ কৰিবলৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাধীনতা দিৱসত আলফা স্বাধীনে গুৱাহাটী, শিৱসাগৰ, লখিমপুৰ, নগাঁওকে…
ৰাজ্যৰ ভিন্ন স্থানত কিয় বোমা সংস্থাপন কৰিছিল আলফা স্বাধীনে?
গুৱাহাটীঃ আজি দেশজুৰি উদযাপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস। কিন্তু অইনবাৰৰ দৰে এইবাৰো এই স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনায় নিষিদ্ধ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা…
স্বাধীনতা দিৱস উদযাপনৰ মাজতে ৰাজ্যজুৰি বোমাতংক! ৰাজ্যৰ ১৯টা স্থানত বোমা সংস্থাপন আলফা স্বাধীনৰ
স্বাধীনতা দিৱসৰ উদযাপনৰ মাজতে ৰাজ্যজুৰি বোমাতংক। ৰাজ্যৰ ১৯ টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা স্বাধীনৰ। ৰাজ্যৰ ভিন্ন স্থানত বোমা সংস্থাপনৰ বিষয়ে ইমেইল যোগে অৱগত কৰিলে আলফা স্বাধীনে। এই বোমা নিষ্ক্ৰিয়…
কৰিমগঞ্জ-কাছাৰত ৪ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ, ৩ জনক আটক
গুৱাহাটীঃ ৰাজ্যত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে বুধবাৰে বৰাক উপত্যকাৰ কৰিমগঞ্জ আৰু কাছাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় ৪ কোটি টকা মূল্যৰ হেৰ’ইন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…
ৰাজ্যৰ ২০ গৰাকী প্ৰবীণ সাংবাদিকলৈ ২০২৪ বৰ্ষৰ সাংবাদিক পেঞ্চন ঘোষণা
গুৱাহাটীঃ ৰাজ্যৰ ২০ গৰাকী প্ৰবীণ সাংবাদিকলৈ অসম চৰকাৰৰ সাংবাদিক পেঞ্চন ঘোষণা। অসম চৰকাৰৰ জনসংযোগ বিভাগে ঘোষণা কৰিছে এই পেঞ্চন। নলবাৰীৰ তাজুদ্দিন আহমেদ, ডিব্ৰুগড়ৰ প্ৰবীণ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ, কামৰূপ মহানগৰৰ…
পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা! ভাৰতৰ এইখন ৰাজ্যত আক্ৰান্ত সৰ্বাধিক…
ডিজিটেল ডেস্কঃ দেশত পুনৰ বৃদ্ধি পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ জুনৰ পৰা জুলাই মাহৰ ভিতৰত ভাৰতত ৯০৮ জন নতুনকৈ কোভিড আক্ৰান্ত হোৱাৰ…
কলকাতাৰ মহিলা চিকিৎসক হত্যাকাণ্ডৰ ন্যায় বিচাৰি গুৱাহাটীত প্ৰতিবাদ GMCHৰ চিকিৎসক-শিক্ষাৰ্থীৰ
গুৱাহাটীঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই সমগ্ৰ দেশৰ লগতে ক্ষোভৰ উদগীৰণ তুলিছে অসমতো। চিকিৎসকৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আজি গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটী চিকিৎসা…