৩ ছেপ্টেম্বৰত অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন

ডিজিটেল ডেস্কঃ অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। কামাখ্যা প্ৰসাদ তাছা আৰু সৰ্বানন্দ সোণোৱাল লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছতে খালী হৈ আছিল অসমৰ…

স্বাধীনতা দিৱসত অসমৰ ১৪ গৰাকী বিষয়া-জোৱানলৈ বিশিষ্ট সেৱা পদক ঘোষণা

স্বাধীনতা দিৱস উপলক্ষ্যে অসমৰ ১৪ গৰাকী আৰক্ষী বিষয়া-জোৱানক প্ৰদান কৰা হৈছে বিশিষ্ট সেৱা পদক। ডি আই জি ৰত্না সিঙলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতি বিশিষ্ট সেৱা পদক। লগতে, অসমৰ ১৩ গৰাকীলৈ উৎকৃষ্ট…

মুখ্যমন্ত্ৰীয়ে সঁচাই ৰাইজৰ নামত লিখি দিব নেকি পত্নীৰ সকলো সা-সম্পত্তি, হঠাৎ কিয় সলালে সুৰ?

গুৱাহাটীঃ সঁচাকৈয়ে সকলো সম্পত্তি অসমৰ ৰাইজৰ নামত লিখি থৈ যাব নেকি মুখ্যমন্ত্ৰীৰ পত্নীয়ে। সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল- ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ সম্পত্তি বুলি…

CAAৰ অধীনত প্ৰথমজন হিন্দু বাংলাদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব

গুৱাহাটীঃ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে প্ৰথমজন বাংলাদেশীক প্ৰদান কৰা হ’ল ভাৰতীয় নাগৰিকত্ব। ১৯৮৮ চনত বাংলাদেশৰ চিলেটৰ পৰা কাঁটা তাঁৰ পাৰ হৈ অসমৰ শিলচৰত উপস্থিত হোৱা ৫০ বৰ্ষীয় দুলন…

সুখবৰ! শীঘ্ৰে অসমৰ তীৰ্থযাত্ৰীক ৰামলাল্লাৰ দৰ্শন কৰাব অসম চৰকাৰে…

গুৱাহাটীঃ অসমৰ ভক্তপ্ৰাণক অযোধ্যাৰ ৰাম লাল্লা দৰ্শন কৰাব অসম চৰকাৰে। এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে সদৰী কৰা মতে, ভাৰতীয় ৰেলৱে কেটাৰিং আৰু পৰ্যটন নিগম…

‘হাঁহিটোৰ বাবে দাম ভৰিব নালাগে…’! নাৰ্ছসকলক সদায় হাঁহি থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

গুৱাহাটীঃ ‘হাঁহিটোৰ বাবে কোনো দাম ভৰিব নালাগে, নাৰ্ছৰ মুখৰ হাঁহিটোৱে ৰোগীক বহু সকাহ দিয়ে।’ – এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ…

নগৰ অঞ্চলৰ জলভাগ সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ বিধেয়কত অনুমোদন ৰাজ্যিক কেবিনেটৰ

গুৱাহাটীঃ নগৰ অঞ্চলৰ জলভাগ সংৰক্ষণৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ বিধেয়কত অনুমোদন জনাইছে অসম কেবিনেটে। অসম নগৰ জলপৃষ্ঠ (প্ৰিজাৰ্ভেশ্যন আৰু কনজাৰ্ভেশ্যন) বিধেয়ক, ২০২৪ ৰাজ্য বিধানসভাত উত্থাপন হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধেয়কখনৰ…

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত- ৩৩টা পেঞ্চন সেৱা কেন্দ্ৰ হস্তান্তৰ শিক্ষা বিভাগলৈ

প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ পৰা বিদ্যালয় শিক্ষা বিভাগলৈ ৩৩ টা পেঞ্চন সেৱা কেন্দ্ৰ (পি এছ কে) হস্তান্তৰত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। ২০২৪ চনৰ ১ ছেপ্টেম্বৰৰ পৰা…

এল পি জি চিলিণ্ডাৰৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ অসম আৰক্ষীৰ কনিষ্টবল

গুৱাহাটীঃ ব্লেক মাৰ্টেকত গেছ চিলিণ্ডাৰ সৰবৰাহৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছে অসম আৰক্ষী ৰেডিঅ’ অৰ্গেনাইজেশ্যনৰ এজন কনিষ্টবলক। ধেমাজি আৰক্ষীৰ অভিযানৰ অন্তত ধেমাজিৰ নাগাখেলিয়াত থকা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে বৰ্তমান জোনাইত…

চৰাইদেউত বিজেপিৰ নেতাৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ

চৰাইদেউঃ চৰাইদেউ জিলাত বিজেপিৰ এগৰাকী নেতাৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, নিহত যুৱকজনক প্ৰাক্তন ছাত্ৰ নেতা তথা বিজেপিৰ বৰহাট চাহ মৰ্চাৰ সভাপতি কাৰ্তিক ওৰাং বুলি…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ