১ লাখ নিযুক্তিৰ কাষ চাপিছে ৰাজ্য চৰকাৰ! গুৱাহাটীত ১১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান
গুৱাহাটীঃ মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত বিভিন্ন বিভাগত ১১২৭ গৰাকী যোগ্য প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ ১…
মুখ্যমন্ত্ৰীৰ পৰামৰ্শ- চাকৰি পোৱা নাৰ্ছসকলে সোনকালে বিয়া পাতিব লাগে, সন্তান জন্ম দিব লাগে
গুৱাহাটীঃ চাকৰি পোৱা নাৰ্ছসকলে সোনকালে বিয়া পাতিব লাগে। – এই পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে নাৰ্ছক বিয়া পাতিবলৈ পৰামৰ্শ দি হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে বাল্য বিবাহহে বন্ধ…
কোকৰাঝাৰত উৎখাত নৱগঠিত উগ্ৰপন্থী সংগঠন, অস্ত্ৰ-শস্ত্ৰ জব্দ
কোকৰাঝাৰ-চিৰাঙৰ ঘন বনাঞ্চলত চলোৱা অভিযানত নিৰাপত্তা বাহিনীয়ে বিগত তিনি-চাৰি মাহ ধৰি গোপনে গঠন হৈ থকা এটা নতুন উগ্ৰপন্থী সংগঠনক সফলতাৰে আটক কৰি উৎখাত কৰিবলৈ সক্ষম হয়। কমেও ২০ জন যুৱকৰে…
চাঞ্চল্যকৰ! মাছ মাৰিবলৈ যোৱা দুই যুৱকক নৃশংসভাৱে হত্যা
হোজাই-কাৰ্বি আংলং সীমান্ত বকলীয়াঘাট টকৌবাৰীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড৷ মাছ মাৰিবলৈ যোৱাৰ সময়তে দুই যুৱকক নৃশংসভাৱে হত্যা অচিনাক্ত দুৰ্বৃত্তৰ। সোমবাৰে নিশা সংঘটিত হয় এই হত্যাকাণ্ড। নিহত দুজনক নীল বৰদলৈ আৰু…
যোৰহাটৰ ফুটপাথত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এটি নৱজাতক
যোৰহাটৰ ফুটপাথত উদ্ধাৰ এটি নৱজাতক শিশু। সোমবাৰে নিশা যোৰহাটৰ শিশু হোষ্টেলৰ ঠিক পিছফালে এ টি ৰোডৰ দেৱীচৰণ বৰুৱা বালিকা মহাবিদ্যালয়ৰ সমীপত উদ্ধাৰ হয় দেশশিশুটি। ফুটপাথেৰে পাৰ হৈ যোৱা দুগৰাকী মহিলাই…
সীমান্ত পাৰ হৈ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা, কৰিমগঞ্জত আটক ৪ বাংলাদেশী
কৰিমগঞ্জঃ বাংলাদেশৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ মাজতে কৰিমগঞ্জত গ্ৰেপ্তাৰ হ’ল ৪ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী। দেওবাৰে নিশা সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশৰ অপচেষ্টা চলোৱাৰ সময়তে সীমান্তৰক্ষী বাহিনী আৰু অসম আৰক্ষীয়ে আটক কৰে…
সম্পূৰ্ণ নতুন পদ্ধতিৰে দুৰ্গোৎসৱৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন…
গুৱাহাটীঃ শাৰদীয় দুৰ্গোৎসৱৰ ঠিক পিছতে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এই ইংগিত প্ৰদান কৰিছে ৰাজ্যৰ নিৰ্বাচন আয়োগে। উল্লেখ্য যে, এইবাৰ সম্পূৰ্ণ নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। সংশোধিত পঞ্চায়ত আইন…
৩৫ হাজাৰ শিক্ষকৰ নিযুক্তি বিজ্ঞাপনত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ…
গুৱাহাটীঃ ৰাজ্য চৰকাৰে জাৰি কৰা শিক্ষক নিযুক্তিত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই নিযুক্তি বিজ্ঞাপনৰ বিৰুদ্ধে শিক্ষক সমাজে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি সোমবাৰে বিশেষ নিযুক্তিৰ বাবে…
এই ১৭ খন জিলাত হ’ব পাৰে প্ৰবল বৰষুণ! বতৰ বিজ্ঞান বিভাগৰ আগজাননী
গুৱাহাটীঃ ৰাজ্যত পুনৰ প্ৰবল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ। ১৭ খন জিলাত প্ৰচণ্ড বৃষ্টিপাতৰ সম্ভাৱনা। দুখন জিলাত অতি প্ৰবল বৰষুণৰ আগজাননী জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। পশ্চিম কাৰ্বিআংলং…
ৰাজ্যসভা নিৰ্বাচনৰ বাবে ১১ জনীয়া প্ৰাৰ্থী তালিকা দিল্লীলৈ প্ৰেৰণ বিজেপিৰ
গুৱাহাটীঃ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু ৰাজ্য সভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি। সোমবাৰে অনুষ্ঠিত হয় বিজেপিৰ অসম প্ৰদেশৰ নিৰ্বাচনী সমিতিৰ বৈঠক। বৈঠকত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ…