আজিৰে পৰা ৰাজ্যৰ ১০ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব নিযুত মইনা আঁচনিৰ ধন

গুৱাহাটীঃ আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে নিযুত মইনা আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যৰ ১০ লাখ ছাত্ৰীয়ে লাভ কৰিব ৰাজ্য চৰকাৰৰ অনুদান। আঁচনিৰ প্ৰ-পত্ৰ পূৰণ কৰি সোনকালে জমা দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ।…

২৬ খন জিলাত আছে বৰষুণৰ প্ৰবল সম্ভাৱনা…

গুৱাহাটীঃ ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ। কেইবাখনো জিলাত আগন্তুক ২৪ ঘণ্টাই হ’ব পাৰে প্ৰচণ্ড বৰুষণ। দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বাক্সা, গোৱালপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), ওদালগুৰি, দৰং,…

বানৰ মাজতে দুৰ্ঘটনাগ্ৰস্ত কণ্ঠশিল্পী মৌচুমী চহৰীয়াৰ বাহন

গুৱাহাটীৰ বান পৰিস্থিতিৰ মাজতে দুৰ্ঘটনাগ্ৰস্ত হয় কণ্ঠশিল্পী মৌচুমী চহৰীয়াৰ বাহন। বানৰ মাজতে গাড়ীৰ তলত পাইপ সোমাই বিকল হৈ পৰে কণ্ঠশিল্পীগৰাকীৰ বাহনৰ ইঞ্জিন। জানিব পৰা মতে, বুধবাৰে মহানগৰীৰ বান পৰিস্থিতিৰ মাজতে…

গুৱাহাটীত আকৌ বৰষুণ! মহানগৰবাসীক ঘৰৰ পৰা নোলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

গুৱাহাটীঃ সোমবাৰে প্ৰবল বৃষ্টিপাতৰ পিছত সৃষ্টি হোৱা ভয়াবহ কৃত্ৰিম বান পৰিস্থিতিৰ পিছত পুনৰ বুধবাৰে ধাৰাসাৰ বৰষুণে ধুৱাই লৈ গ’ল গুৱাহাটী মহানগৰীক। বুধবাৰে প্ৰচণ্ড বৰষুণ আৰম্ভ হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াযোগে মহানগৰবাসীক…

এইবাৰ গুৱাহাটীৰ কৃত্ৰিম বানক লৈ মুখ খুলিলে বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ক’লে…

গুৱাহাটীঃ গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাক লৈ এইবাৰ মুখ খুলিলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। গুৱাহাটীত পানী থাকিবলৈ খালী জেগা নাই বাবা বৰষুণ দিলে পানী হ’বই বুলি মন্তব্য কৰে দৈমাৰীয়ে। বুধবাৰে মৰিগাঁৱত…

পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ পৰিত্যক্ত বিলাসী বাহন, জাগীৰোডত চাঞ্চল্য

জাগীৰোডঃ বুধবাৰে পুৱাই জাগীৰোডৰ এটা পুখুৰীত ওপঙি থকা অৱস্থাত এখন বিলাসী বাহন উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বুধবাৰে পুৱা জাগীৰোড-মৰিগাঁও সংযোগী পথৰ এটা পুখুৰীত ওপঙি থকা অৱস্থাত…

কলিয়াবৰত বাঘৰ আতংক! দিন দুপৰতে বধ পশুধন…

কলিয়াবৰঃ বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰি ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণে আতংকৰ সৃষ্টি কৰিছে কলিয়াবৰত। মঙলবাৰে নিশা কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত এটা ঢেকীয়াপতীয়া বাঘৰ বিচৰণে আতংকিত কৰি তোলে অঞ্চলবাসীক। উল্লেখ্য যে, শিলঘাট-জখলাবন্ধা…

৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে অগপই, অতুল বৰাই ক’লে…

গুৱাহাটীঃ অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ মূল মিত্ৰদল অসম গণ পৰিষদে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে।…

বাংলাদেশৰ হিংসা পৰিস্থিতিৰ মাজতে অসম-বাংলাদেশ সীমান্ত পৰিদৰ্শন DIGৰ

বাংলাদেশত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে উপ-মহাপৰিদৰ্শক (ডি আই জি) কংকন জ্যোতি শইকীয়াই। তেওঁৰ এই ভ্ৰমণৰ অন্তৰ্গত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক…

ৰাজ্যত ঘোচখোৰৰ সন্ত্ৰাস! উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল আৰু চালক

গুৱাহাটীঃ ৰাজ্যত অব্যাহত আছে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ সন্ত্ৰাস। এইবাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰে কলাইগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ এজন লাট মণ্ডল আৰু কাৰ্যালয়ৰ এজন গাড়ী চালক। ধৃত লাট মণ্ডলজন হৈছে…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ