শীঘ্ৰে মেট্ৰিকৰ পৰা বিলুপ্ত হ’ব ডিভিজন ব্যৱস্থা, চি বি এছ ইৰ আৰ্হিত প্ৰস্তুত কৰা হ’ব প্ৰশ্নকাকত

গুৱাহাটীঃ অতি শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিলুপ্ত কৰা হ’ব ডিভিজনৰ ব্যৱস্থা। এই ইংগিত প্ৰদান কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্ৰ-ছাত্ৰী ফেৰ মাৰিব পৰাকৈ স্কুল…

৩০ কিঃ মিঃ দুৰত্বলৈকে টোল টেক্স মাফ কৰাৰ দাবী চিপিআইএম-এলৰ

চিপিআই এম-এলৰ বিশ্বনাথ জিলা সমিতিয়ে জিলা আয়ুক্তৰ জড়িয়তে আজি ৰাজ্যৰ মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। চি পি আই এম-এলৰ বিশ্বনাথ জিলা সমিতিয়ে কয় যে বিশ্বনাথ জিলাৰ ৰতোৱা টোলগেটত ৩০…

আকৌ হ’ব বৰষুণ! ৭ খন জিলাত অৰেঞ্জ এলাৰ্ট, ১৭ খন জিলাত ইয়েল’ এলাৰ্ট জাৰি

গুৱাহাটীঃ প্ৰচণ্ড গৰমৰ পিছত পুনৰ ধৰালৈ নামিব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এই বৰষুণৰ আগজাননী প্ৰদান কৰিছে। শনিবাৰে গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে আগন্তক কেইদিনমানত ৰাজ্যজুৰি প্ৰবল বৰষুণ…

অসমৰ ইতিহাসত সৰ্ববৃহৎ বিনিয়োগ, জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীঃ অসমৰ ঔদ্যোগিক খণ্ডত বৃহৎ বিনিয়োগৰ অংশ হিচাপে শনিবাৰে মহানগৰীৰ সমীপৱৰ্তী জাগীৰোডত সম্পন্ন হয় টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকল্পটোৰ ভূমি পূজন কৰাৰ…

শোকাবহ! কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু যুৱ শ্ৰমিকৰ, শোকৰ ছাঁ

ৰঙাপাৰাঃ কৰ্মৰত অৱস্থাতে শোণিতপুৰ জিলাৰ ৰঙাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু ঘটাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। শনিবাৰে সংঘটিত এই দুৰ্ঘটনাত নিহত শ্ৰমিকজনক ৰঙাপাৰা চাহ বাগিচাৰ ভঙাবিল লাইনৰ নিৱাসী…

গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ উন্নয়নৰ বাবে ৫৭২৯ কোটি টকা আৱণ্টন কেন্দ্ৰীয় চৰকাৰৰ

গুৱাহাটীঃ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ উন্নয়নৰ বাবে পুঁজি অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেট কমিটীয়ে। উল্লেখ্য যে, অসমৰ ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পটো বিল্ড-অপাৰেট-টোল (বি অ’ টি) মডেলৰ অধীনত আনুমানিক…

চকুলো টুকি পুৰণি ঘৰখনৰ পৰা ওলাই আহিল অশোক

অসম বিজেপিৰ জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আজি আনুষ্ঠািকভাৱে দল ত্যাগ কৰিছে। দীৰ্ঘদিনে দলৰ কেন্দ্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্ট অশোক শৰ্মাই আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰে।…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক লৈ ড০ ননী গোপাল মহন্তৰ এখন বিশেষ পত্ৰ…

ডিজিটেল ডেস্কঃ  গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড০ ননী গোপাল মহন্তই বৰ্তমানৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল অন্ত পৰাৰ পাছতহে বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য হিচাপে দায়িত্ব ল’ব । এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ…

মন থাকিলেও যেন লগ নাই! বিষন্ন মনেৰে বিজেপি এৰিব অশোক শৰ্মাই, ৯ আগষ্টত কৰিব কংগ্ৰেছত যোগদান

ডিজিটেল সংবাদ,  গুৱাহাটী: দীৰ্ঘদিনীয়া বিসম্বাদৰ অন্ত পেলাই অৱশেষত বিজেপি এৰি কংগ্ৰেছত যোগদানৰ বাবে সাজু হৈছে নলবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। আজি বিজেপিৰ পৰা পদত্যাগ কৰাৰ পিছত অহা ৯…

ৰাজ্যবাসীক মাধমাৰ, ব্যক্তিগত খণ্ডৰ আৰ্হিৰে মাচুল ল’ব চৰকাৰী হাস্পতালে

গুৱাহাটীঃ নিত্য বৱহাৰ্য সামগ্ৰী, বিদ্যুৎৰ বিল আদি বৃদ্ধিৰ সময়তে চিকিৎসা ব্যয় বৃদ্ধি কৰি নাগৰিকক ৰামটাঙোন সোধাইছে ৰাজ্য চৰকাৰে৷ চৰ্চা অনুযায়ীয়ে বৃদ্ধি কৰা হ’ল চিকিৎসা ব্যয়৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ আৰ্হিৰে ৰাজ্যৰ…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ