ৰাভা হাছঙৰ ৰাভা যৌথ মঞ্চৰ কাৰ্যালয় লণ্ড-ভণ্ড

ৰাভা হাছঙৰ বিভিন্ন পৰিষদীয় সমষ্টি এলেকা ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে৷ ঠিক এনে এক পৰিস্থিতিৰ মাজতে যোৱানিশা বকো আৰক্ষী থানা এলেকাধীন পৰিষদীয় সমষ্টি এটাৰ নিৰ্বাচনী কাৰ্যালয়ৰ লগতে বহুকেইটা পৰিয়ালৰ বাসগৃহত অচিনাক্ত…

গণপ্ৰহাৰ চুৰিৰ অভিযুক্তক হত্যা! আৰক্ষী বিষয়া জে.পি শৰ্মাক ৰিজাৰ্ভ ক্ল’জ

ওদালগুৰি জিলাৰ ৰৌতাৰ কঠালবাৰী গাঁৱৰ লালমোহন ৰায় নামৰ লোকজনক তামোল চুৰিৰ সন্দেহত হত্যা কৰা ঘটনাৰ পাছত ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ইকৰাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতি প্ৰাঞ্জল শৰ্মাক ৰিজাৰ্ভ ক্ল’জ…

পৰীক্ষা বাতিল, ৩.৩২ লাখ পৰিক্ষাৰ্থীৰ সৈতে হেতালি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা স্থগিত ঘোষণা কৰে৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছতহে সংশোধিত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিব। আজি পৰিষদে উল্লেখ কৰি…

গুৱাহাটীত ড০ দয়ানন্দ শ্বাহক ‘সুৰ্দশন বঁটা’ প্ৰদান

ওৰে জীৱন সমাজৰ হকে কাম কৰা ৰাজ্যৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ ড০ দয়ানন্দ শ্বাহক প্ৰদান কৰা হৈছে ‘সুৰ্দশন বঁটা’৷ গুৱাহাটীৰ ৰুক্মীগাঁও প্ৰেক্ষাগৃহত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ কেবাগৰাকী বিশিষ্ট নাগৰিকৰ সন্মুখত…

তিৱা সাহিত্য সভাত মুখ্যমন্ত্ৰী, জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ এই বছৰতে মুকলিৰ ঘোষণা

আজি মৰিগাঁৱৰ ঔজাৰিত জেমন চন্দ্র বৰদলৈ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত তিৱা সাহিত্য সভাৰ আজি অন্তিম দিনটোৰ কাৰ্যসূচী মুকলি সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ তিৱা মাথনলাই তখ্ৰাৰ তিনিদিনীয়া বৰ্ণিল…

ৰাজনৈতিক দলে টকা বিচাৰিব নোৱাৰে নেকি? মনোৰঞ্জন

সৰ্বহাৰাৰ ৰাজনীতি কৰি চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে চিণ্ডিকেট চক্ৰৰ পৰা ধন বিচাৰাৰ অভিযোগে ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে। এটা ভাইৰেল হোৱা অডিঅ’ ক্লিপত তেওঁৰ কণ্ঠস্বৰূপ শুনা যোৱা কথাক লৈ ৰাজনৈতিক…

ৰূপজ্যেতি কুৰ্মীক সতৰ্ক কৰিলে দিলীপ শইকীয়াই, এয়া বিজেপিৰ সংস্কাৰ নহয়, ক্ষমা খোজক

২১ মাৰ্চত বাজেট অধিৱেশনৰ দ্বাদশ দিনটোৰ কাৰ্যপ্ৰণালী চলি থকাৰ সময়তে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে থিয় হৈ বক্তব্য ৰখাৰ সময়তে অখিল গগৈয়ে ধোদৰ আলি সন্দৰ্ভত প্ৰশ্ন কৰিছিল৷ অখিল গগৈয়ে থিয় হৈ…

লাহোৱালৰ নগাঘুলিত জিঅ’ বেগৰ কামৰ মাজতে শ্ৰমিকৰ মৃত্যু

জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই কালিৰ দিনটোত ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানত খহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন কৰে। ইয়াৰ মাজতে আজি লাহোৱালৰ নগাঘুলিত জিঅ’ বেগৰ কাম চলি থকাৰ মাজতে ভয়ংকৰ অঘটন সংঘটিত…

তৃতীয় দিনটোত ধেমাজিক লৈ আলোচনা উজনি ভ্ৰমণৰত মুখ্যমন্ত্ৰীৰ

উজনি ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও কাৰ্যসূচীত অংশ লয়৷ ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত উজনিৰ জিলাসমুহৰ উচ্চপদস্থ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে৷ বিষয়াসকলৰ সৈতে ধেমাজি বিধানসভা সমষ্টিত ৰূপায়িত…

পানীগাঁও থানাৰ ৩ আৰক্ষী গ্ৰেপ্তাৰ, অ’চি-সহ দুজনক নিলম্বন

চোৰাং গৰুৰ সৰবৰাহকাৰী বুলি ভাবুকি দি উৎকোচ গ্ৰহণৰ অভিযোগত লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ তিনিজন আৰক্ষীক আজি গ্ৰেপ্তাৰ কৰা হৈছে। লগতে থানাৰ অ’চি সত্যজিৎ বৰা আৰু উপ-পৰিদৰ্শক ক্ষীৰোদ শইকীয়াক চৰকাৰী…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ