ফিৎৰাৰ পৰিমাণ ৮৬ টকা নিৰ্ধাৰণ

আজি মঙলদৈত অসম ছুন্নী মাদ্ৰাছা শিক্ষা ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত কে’বাটাও ইছলামিক সংস্থাৰ বিষয়-ববীয়া উমৈহতীয়া বৈঠকত ২০২৫ বৰ্ষৰ পৱিত্ৰ ফিৎৰাৰ মূল্য নিৰ্ধাৰণ কৰে৷ বৈঠকত সৰ্বসন্মতিক্ৰমে ২০২৫ বৰ্ষৰ ৰমজানৰ ফিৎৰা ২ কিলো…

১৩টা ধৰ্ষণ, ১৭টা অশ্লীল ৰেকৰ্ডিংসহ ৩৯টা অপৰাধ, হিন্দুত্বাবাদী বালেশ ধনখৰক অষ্ট্ৰেলিয়াত ৪০ বছৰৰ কাৰাদণ্ড

অষ্ট্ৰেলিয়াত ভাৰতীয় জনতা পাৰ্টিৰ সহযোগী সংগঠন অভাৰচিজ ফ্ৰেণ্ডছ অফ বিজেপিৰ সহ-প্ৰতিষ্ঠাপক বালেশ ধনখৰক পাঁচগৰাকী কেৰিয়ান মহিলাক পূৰ্বপৰিকল্পিত, কৌশলপূৰ্ণ আৰু যৌন নিৰ্যাতনৰ অভিযোগত ৪০ বছৰ কাৰাদণ্ড দিয়া হৈছে। ২০১৮ চনৰ জানুৱাৰীৰ…

গুৱাহাটীত ডায়াগনষ্টিক চেণ্টাৰৰ বিৰুদ্ধে মহিলাৰ গোপনীয়তা ভংগৰ গুৰুতৰ অভিযোগ

গুৱাহাটীৰ এখন ডায়াগনষ্টিক চেণ্টাৰৰ বিৰুদ্ধে মহিলাৰ গোপনীয়তা ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বেলতলাৰ চাৰ্ভেস্থিত আল্ট্ৰা কেয়াৰ ডায়াগনষ্টিক চেণ্টাৰত এগৰাকী যুৱতীয়ে বিভিন্ন পৰীক্ষাৰ বাবে যোৱাৰ সময়ত তেওঁক চিচিটিভিৰ সন্মুখত কাপোৰ…

আফিং খেতিয়কৰ পৰা ধন দাবীৰ অভিযোগ অস্বীকাৰ আলফা স্বাধীনৰ

একাংশ বৈদ্যুতিক আৰু ছপা সংবাদ মাধ্যমত সংযুক্ত মুক্তি বাহিনী স্বাধীনে অৰুণাচল প্ৰদেশৰ কানি খেতিয়কসকলৰ পৰা ধন দাবী কৰা বুলি বাতৰি ওলোৱাৰ পিছত সংগঠনটোৱে আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিবৃতি প্ৰকাশ কৰিছে৷…

উমৰাংছুৰ ৯ শ্ৰমিক নিহত কাণ্ড: চাৰ্জশ্বিটত কণিকা হোজাইৰ

উমৰাংছুৰ কয়লাৰ অবৈধ ৰেট হোল মাইনিঙৰ সময়ত ৯ শ্ৰমিক জীৱন্তে আৱদ্ধ হৈ মৃত্যুক আকোৱালি লোৱা ঘটনাৰ প্ৰায় দুমাহৰ মূৰত আজি বিশেষ তদন্ত সমিতিয়ে চাৰ্জশ্বিট দাখিল কৰিছে। ডিমা হাচাওৰ মুখ্য ন্যায়াধীশৰ…

উমৰাংছুৰ ৯ শ্ৰমিক নিহত কাণ্ড: চাৰ্জশ্বিটত কণিকা হোজাইৰ নাম নোহোৱা ৰহস্য

উমৰাংছুৰ কয়লাৰ অবৈধ ৰেট হোল মাইনিঙৰ সময়ত ৯ শ্ৰমিক জীৱন্তে আৱদ্ধ হৈ মৃত্যুক আকোৱালি লোৱা ঘটনাৰ প্ৰায় দুমাহৰ মূৰত আজি বিশেষ তদন্ত সমিতিয়ে চাৰ্জশ্বিট দাখিল কৰিছে। ডিমা হাচাওৰ মুখ্য ন্যায়াধীশৰ…

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। মুঠ ৩৬টা পৰিষদীয় সমষ্টিত ২ এপ্ৰিলত ভোটগ্ৰহণ আৰু ৪ এপ্ৰিলত ভোট গণনা কৰা হ’ব। ভোটগ্ৰহণ পুৱা ৭…

বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

দ্বিতীয় দিনাও অসমৰ ২৪ হাজাৰ স্বাস্থ্যলৰ ধৰ্ণা-আন্দোলন অব্যাহত

অসমৰ ২৪ হাজাৰ চৰকাৰী স্বাস্থ্যকৰ্মীয়ে দ্বিতীয় দিনটোও ধৰ্ণা-আন্দোলন অব্যাহত ৰাখিছে। এই আন্দোলনৰ ফলত ৰাজ্যৰ স্বাস্থ্য সেৱাত ব্যাপক প্ৰভাৱ পৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত এতিয়া ধৰ্ণা-আন্দোলন নহয় বুলি দাবী…

মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে