অসমৰ ৰাইজে এনে গুণ্ডাৰাজ সংস্কৃতিৰ পৰা মুক্তি বিচাৰে

অসমত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰাজ্যৰ ঠায়ে ঠায়ে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ এই ঘটনাই ৰাজ্যত জংঘলৰাজ আৰু অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে। ঘটনাটোৰ…

শংকৰদেৱ সংঘৰ সদস্যপদ গ্ৰহণ কৰা আহোমে নাপায় জাতিগত প্ৰমাণ পত্ৰ

উজনিৰ মৰাণত আজি আহোম জনগোষ্ঠীৰ ১০টা সংগঠনৰ জৰুৰী যৌথ সভা অনুষ্ঠিত হয়৷ সভাৰঅন্তত সংবাদ মেল সম্বোধন কৰি সংগঠনকেইটাই কয় যে জাতীয় অস্তিত্বৰ প্ৰসংগত আহোম সদায় ঐক্যবদ্ধ৷ আহোম একত্ৰিত হৈ থাকিবলৈ…

নগাঁৱৰ ৰূপহীত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ, পথ পেলাই ক্ৰিকেট বেটেৰে আক্ৰমণ দুৰ্বৃত্তৰ

আজি নগাঁৱৰ ৰূপহীত কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনক একাংশ দুৰ্বৃত্তই ক্ৰিকেট বেটেৰে আক্ৰমণ কৰে। সাংসদগৰাকীক মুখত ক’লা কাপোৰ বান্ধি অহা একাংশ দুৰ্বৃত্তই ৰাজপথত পথত আগচি ধৰি পথ পেলাই বৰ্বৰভাৱে প্ৰহাৰ কৰে৷…

বিধানসভাত ৮ মিনিটৰ তৰ্কযুদ্ধ, মুখ্যমন্ত্ৰী-অখিল গগৈৰ মাজত ব্যক্তিগত আক্ৰমণ

আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাজত প্রায় ৮ মিনিটীয়া তীব্ৰ তৰ্কযুদ্ধৰ জন্ম দিয়ে। উন্নয়নৰ পৰিৱৰ্তে ইজনে-সিজনৰ ব্যক্তিগত জীৱনলৈ লক্ষ্য…

ভগৱানেও ক্ষমা নকৰে হিমন্ত বিশ্ব শৰ্মাক, শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

ৰাজ্যৰ অৰ্থনীতি থানবান হৈ পৰা এক জটিল পৰিস্থিতিত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি তৰুণ গগৈয়ে অসমৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশ সুস্থ কৰি তুলিছিল। মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈৰ দক্ষতা সন্দৰ্ভত…

উমৰাংছু কয়লা খনন কাণ্ড-এপিএছচি কেলেংকাৰীক লৈ আলোচনাৰ দাবীত অসম বিধানসভাত হুলস্থূল

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনত শাসক আৰু বিৰোধী দলৰ মাজত তৰ্জন-গৰ্জনৰ পৰিৱেশে আক্ৰমণ কৰে। বুধবাৰে কংগ্ৰেছে উমৰাংছুৰ অবৈধ কয়লা খনিৰ পৰা ৪০ দিন ধৰি আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ আৰু মৃত্যুৰ…

ৰাকেশ পাল ‘মাষ্টাৰমাইণ্ড’, তৰুণ গগৈ ‘দুৰ্নীতিৰ কিংপিন’

অসম লোক সেৱা আয়োগৰ ‘কেছ-ফৰ-জব’ কেলেংকাৰী সন্দৰ্ভত গঠিত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন প্ৰকাশৰ পিছতে বিৰোধিক লক্ষ্য কৰি লয় ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ সমিতিৰ সভাপতি দিলীপ শইকীয়াই৷ বিপ্লৱ শৰ্মা…

শৰ্মা আয়োগৰ কেলেংকাৰী প্ৰতিবেদনত ৰৌ-বৰালি

শৰ্মা আয়োগৰ প্ৰতিবেদনত অসম লোকসেৱা আয়োগৰ (APSC) কেলেংকাৰীৰ সৈতে জড়িত বিভিন্ন ব্যক্তি আৰু ঘটনাৰ উল্লেখ কৰা হৈছে। এই প্ৰতিবেদনত ৰাকেশ পাল, যি তেতিয়া APSCৰ অধ্যক্ষ আছিল, তেওঁৰ দ্বাৰা সংঘটিত অনিয়ম…

এপিএছচি কেলেংকাৰীক লৈ প্ৰকাশ পোৱা বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক আদৰণি প্ৰদেশ কংগ্ৰেছৰ

অসম লোকসেৱা আয়োগৰ নিযুক্তি খেলিমেলি সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদনক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আদৰণি জনাইছে। ২০১৩-১৪ বৰ্ষত নিয়ম বৰ্হিভূতভাৱে যদি নিযুক্তি হৈছিল তাৰ উচিত তদন্ত হ’ব লাগে…

ডিব্ৰুগড় কাৰাগাৰেই ঠিকনা, জামিন নাকচ চুমি, পাতি লোৱা ভাতৃ বিশালৰ

উচ্চ ন্যায়ালয়ৰ পৰাও সকাহ নাপালে চুৰি বৰা, পাতি লোৱা ভাতৃ বিশাল ফুকন৷ উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আৱেদন কৰিছিল যদিও আদালতে জামিন নাকচ কৰিছে৷ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষী থানাত ৰুজু ৮৫/২৪…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে