আপৰ পৰ পদত্যাগ মনোজ ধানোৱাৰ-মাছুমা বেগমৰ

আম আদমী পাৰ্টীয়ে দিল্লীত পৰাজিত হোৱাৰ পিছতে সমগ্ৰ দেশৰ নেতাসকলে দল ত্যাগ কৰাৰ লগতে অসমত নেতাসকলে দল ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে৷ আজি অসমৰ ৰাজ্যিক সমিতিৰ সভাপতি আৰু ৰাজ্যিক মহিলা সমিতিৰ…

দিল্লীত অসম কংগ্ৰেছৰ ৩৫ জিলা সভাপতি, তৃণমূল পৰ্যায়ত দল মজবুত কৰাৰ মন্ত্ৰণা

আজি দিল্লীৰ ইন্দিৰা ভৱনত কংগ্ৰেছৰ ৬ ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ সভাপতিসকলৰ বৈঠক অনুষ্ঠিত হয়৷ সন্মিলনৰ আজিৰ তৃতীয় ৰাউণ্ডৰ অন্তত কে চি বেণুগোপাল আৰু পৱন খেৰাই সংবাদমেল সম্বোধন কৰি…

মহিলাৰ সৈতে গোপন কোঠাত বিটিআৰৰ এমচিএলএ!

বড়ো টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ)ৰ ৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ দিলীপ বড়োৰ নামেৰে এটা ভিডিঅ’ই সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি কৰিছে। ভিডিঅ’টোত এগৰাকী অজ্ঞাত মহিলাৰ সৈতে হোটেলৰ কোঠাত “সন্দেহজনক অৱস্থা”ত থকা…

তিনিচুকীয়াত ঐতিহাসিক ন-পুখুৰীত ষট পূজা লৈ উত্তেজনা

ঐতিহাসিক ন-পুখুৰী এলেকাত ষট পূজা পালনৰ অনুমতি লৈ তিনিচুকীয়া জিলাত উত্তেজনাই চূড়ান্ত ৰূপ ধাৰণ কৰিছে। মৰাণ, মটক আদি জনগোষ্ঠীৰ সংগঠনসমূহে এই অনুষ্ঠানক “সাংস্কৃতিক আক্ৰমণ” বুলি অভিহিত কৰি তীব্ৰ বিৰোধিতা কৰাৰ…

যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা প্ৰকল্প উদ্বোধন

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট জিলাত তিনিটা প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰি মধ্য অসম, উত্তৰ অসম, উজনি অসম আৰু শোণিতপুৰৰ চাৰিখন জিলাৰ ভ্ৰমণ সামৰি গুৱাহাটীলৈ উভতি আহিছে। এই…

বডোলেণ্ডত নতুন ৰাজনৈতিক দল এপিবিৰ জন্ম, নেতৃত্বত ড০ অঞ্জলী দৈমাৰী

বড়োলেণ্ডৰ ৰাজনৈতিক পটভূমিত নতুন অধ্যায়ৰ সূচনা হৈছে। বৰবৰীস্থিত প্ৰাক্তন এনডিএফবি শিবিৰত আজি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড (এপিবি) নামেৰে নতুন ৰাজনৈতিক দল গঠনৰ ঘোষণা কৰা হ’ল। কিয় গঠন হ’ল নতুন দল?…

শিৱসাগৰত ৰাইজৰ দল-বিজেপি কৰ্মীৰ মাজত মাৰপিট

পঞ্চায়ত নিৰ্বাচনৰ ঘোষণাৰ দিনটোতে শিৱসাগৰত বিজেপি-ৰাইজৰ দলৰ মাজত মাৰপিট লগা দেখা গৈছে। মহিলা কৰ্মীৰ ওপৰত যৌন হাৰাশাস্তিৰ অভিযোগ উঠিছে। পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ দিনটোতে শিৱসাগৰৰ গৌৰীসাগৰ খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয়…

শ্ৰীভূমিত চলন্ত বাছৰ ভিতৰত ভয়ংকৰ কাণ্ড, চালকসহ দুজনক গ্ৰেপ্তাৰ

শ্ৰীভূমিত বাছৰ ভিতৰত মহিলাৰ সৈতে অপকৰ্ম সংঘটিত কৰিব খোজাৰ গুৰুতৰ অভিযোগৰ পিছতে উত্তেজনা অব্যাহত আছে৷ ০১ এপ্ৰিলৰ সন্ধিয়া বদৰপুৰৰ পৰা শ্ৰীভুমিলৈ বাছত গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। গাড়ীৰ…

ৰাভা হাছঙত শান্তিপূৰ্ণ ভোটগ্ৰহণ

আজি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিৰে অনুষ্ঠিত হয়। পুৱা সাত বজাৰপৰা শান্তিপূৰ্ণভাৱে আৰম্ভ হোৱা নিৰ্বাচন বিয়লি তিনি বজাত নিৰ্ধাৰিত সময়ত সমাপ্ত হয়৷ কেবাটাও সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত ৪…

মেঘালয়ত ইজৰাইলী পৰ্যটকক তাৎক্ষণিক চিকিৎসা বিএছএফৰ

মেঘালয়ৰ ০৪ বেটেলিয়নৰ সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফে এগৰাকী বিদেশী পৰ্যটকক সময়মতে চিকিৎসা কৰি সুস্থ কৰি তোলে৷ ৩১ মাৰ্চত সংঘটিত দুৰ্ঘটনাত আহত হৈছিল এগৰাকী ইজৰাইলী মহিলা পৰ্যটক৷ সেই খবৰ লাভ…