উত্তৰ প্ৰদেশত দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনত সংঘৰ্ষঃ নিহত ১

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাৰ্ডিৰ মাহছি মহাৰাজগঞ্জত দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত বিবাদৰ সূত্ৰপাত হয় । ডিজেক লৈ হোৱা বিবাদে ক্ৰমে সংঘৰ্ষৰ ৰূপ লয় আৰু ক্ৰমে এটা…

টি-২০ত বাংলাদেশৰ বিৰুদ্ধে ৩-০ ব্যৱধানত জয় ভাৰতৰ

ডিজিটেল ডেস্কঃ টেষ্ট শৃংখলা জয় কৰাৰ পাছত বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাও ৩-০ ব্যৱধানত জয় কৰিলে ভাৰতীয় দলটোৱে। ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত তৃতীয়খন টি-২০ খেলত শনিবাৰে ভাৰতে প্ৰথমে বেটিং কৰি ২৯৭ ৰাণৰ…

ডেভিছ কাপৰ ফাইনেলেই হ’ব ৰাফেল নাডালৰ অন্তিমখন মেচ…

ডিজিটেল ডেস্কঃ অহা ডেভিছ কাপেই হ’ব টেনিছ তাৰকা ৰাফেল নাডালৰ অন্তিম প্ৰতিযোগিতা। তাৰ পাছত আৰু টেনিছ ক’ৰ্টত নাডালক নেদেখিব অনুৰাগীসকসলে। ২২ বাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ী টেনিছ তাৰকাগৰাকীয়ে অৱসৰ ঘোষণা কৰিছে। উল্লেখ্য…

টি-২০ মহিলা বিশ্বকাপঃ পাকিস্তানৰ সন্মুখত হৰমনপ্ৰীত বাহিনীৰ অগ্নিপৰীক্ষা

ডিজিটেল ডেস্কঃ  টি-২০ বিশ্বকাপৰ খিতাপ দখলৰ যুঁজত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব হৰমনপ্ৰীত নেতৃত্বাধীন টীম ইণ্ডিয়া। মহিলা বিশ্বকাপৰ যুঁজত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হৈ চিন্তিত ভাৰতীয় মহিলা ক্ৰিকেট দলটো। সেয়ে আজি…

ধন সৰবৰাহৰ গোচৰত EDৰ চমন মহম্মদ আজহাৰুদ্দিনলৈ

প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিবিদ মহম্মদ আজহাৰুদ্দিনলৈ EDৰ চমন। ধন সৰবৰাহৰ গোচৰত চমন জাৰি আজহাৰুদ্দিনলৈ। ২০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ খেলুৱৈগৰাকীৰ বিৰুদ্ধে। হায়দৰাবাদ ক্ৰিকেট সন্থাৰ সৈতে জড়িত আছিল এই ধন।…

‘ভুৱা বাতৰি প্ৰচাৰ নকৰিব’ : সংবাদ মাধ্যমৰ ওপৰত খৰ্গহস্ত মহম্মদ ছামী

ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীয়ে চলিত বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণত তেওঁৰ স্থান নিশ্চিত নোহোৱাৰ যি খবৰ প্ৰকাশ পাইছে তাক সম্পূর্ণ ৰূপে নুই কৰিছে। মহম্মদ ছামীয়ে…

গতিবেগেৰে বিপক্ষক শলঠেকত পেলোৱা মায়ংকৰ লগতে ভাৰতীয় দলত অসম সন্তান ৰিয়ান

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে বাংলাদেশৰ বিৰুদ্ধে আগন্তুক টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে। যোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ছিজনত লক্ষ্ণৌ…

ঐতিহাসিক সিদ্ধান্ত; অসম অলিম্পিক সন্থাক নাথাকে এজনো শাসকীয় বিধায়ক

অসম অলিম্পিক সন্থাত নাথাকে এজনো শাসকীয় বিধায়ক।কেৱল ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদেহে স্থান লাভ কৰিব অসম অলিম্পিক সন্থাত। ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব লগা অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ অধিবেশনৰ পূৰ্বে এই ঐতিহাসিক সিদ্ধান্ত…

পঞ্জাৱ কিংছৰ ডাঙৰ সিদ্ধান্ত; মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিলে এইগৰাকী কিংবদন্তিক

আই পি এলৰ মেগা অকশ্যনৰ পূৰ্বে ৰোডমেপ প্ৰস্তুত কৰাত ব্যস্ত প্ৰতিটো দল। সেই অনুসৰি পঞ্জাৱ কিংছেও লৈছে এটা ডাঙৰ সিদ্ধান্ত। পঞ্জাবে দলটোৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে অষ্ট্ৰেলিয়াৰ কিংবদন্তি ৰিকি পণ্টিঙৰ…

ভঙা হাতেৰেই জেভলিন দলিয়াই ডায়মণ্ড লীগত চমকপ্ৰদ প্ৰদৰ্শন নীৰজ চোপ্ৰাৰ

শনিবাৰে অনুষ্ঠিত হোৱা ডাইমণ্ড লীগৰ ফাইনেলত ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই ডাঙৰ কৃতিত্ব অৰ্জন কৰে। ডাইমণ্ড লীগৰ ফাইনেলত ভঙা হাতেৰে ট্ৰেকত নামি তেওঁ দ্বিতীয় স্থান দখল কৰে। ছ’চিয়েল মিডিয়াত…