কাৰেন্টৰ বাবেই বিয়া ভাগিছিল শ্ৰীদেৱী আৰু ৰজনীকান্তৰ…

ডিজিটেল ডেস্কঃ বলিউদৰ চিৰসেউজ অভিনেত্ৰী প্ৰয়াত শ্ৰীদেৱীৰ অনুৰাগীৰ সংখ্যা এতিয়াও কমা নাই। হিন্দী চিনেমাজগতৰ বহু নামী-দামী অভিনেতাৰ সৈতে কাম কৰা শ্ৰীদেৱীৰ প্ৰেমত পৰিছিল এগৰাকী ছুপাৰষ্টাৰ। জানেনে সেই ছুপাৰষ্টাৰগৰাকী কোন? ৰাষ্ট্ৰীয় সংবাদমাধ্যমত…

নতুন দিল্লীত ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান

ডিজিটেল ডেস্কঃ   ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে দিল্লীৰ বিজ্ঞান ভৱনত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা-অভিনেত্ৰীসকলক সন্মানিত কৰে । এই ৰাষ্ট্ৰীয় বঁটাসমূহ এই বছৰৰ ১৬ আগষ্টত…

আগধন লৈ অনুষ্ঠানত উপস্থিত নোহোৱাত সানিলে ক’লা ৰং

ডিজিটেল ডেস্ক: পুনৰ চৰ্চাত তৃপ্তি ডিমৰী, এইবাৰ পিছে ব’ল্ড লুক বা অভিনয়ক লৈ নহয়। শেহতীয়াকৈ অনুৰাগীৰ ৰোষত পৰিছে তৃপ্তি ডিমৰী। ক্ষুব্ধ অনুৰাগীয়ে তৃপ্তিৰ মুখত সানিলে ক’লা ৰং। জানিব পৰা মতে,…

হঠাৎ অসুস্থ ৰজনীকান্ত, পেটত লগোৱা হ’ল ষ্টেণ্ট

৩০ ছেপ্টেম্বৰ সোমবাৰে সন্ধিয়া হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ছুপাৰষ্টাৰ ৰজনীকান্তক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চেন্নাইৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী। মঙলবাৰে কেথ লেবত তিনিজন বিশেষজ্ঞ চিকিৎসকৰ এটা দলে হৃদযন্ত্ৰ…

আজি ছবিগৃহত বহু প্ৰত্যাশিত অসমীয়া ছবি ‘চিকাৰ’

বহু প্ৰত্যাশিত এখন অসমীয়া ছবি ‘চিকাৰ’ । বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া)ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনে আজি অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব। নতুন অসমীয়া ছবি…

পঞ্চভূতত বিলীন হ’ল বিশিষ্ট অনাতাঁৰ শিল্পী, গীতিকাৰ দিগেন মহন্ত

বিশিষ্ট অনাতাঁৰ শিল্পী, গীতিকাৰ দিগেন মহন্তই ১৭ ছেপ্টেম্বৰৰ নিশা ৮ বজাত ইহলীলা সম্বৰণ কৰে৷ কেতিয়াও উভতি নহা বাটেৰে গুছি গ’ল দিগেন মহন্ত। দিগেন বৰা আছিল গণশিল্পী খগেন মহন্তৰ ভাতৃ আৰু…

অৱশেষত দীপিকা-ৰণবীৰৰ কোলালৈ আহিল কন্যা সন্তান; পৰিয়ালত আনন্দৰ বন্যা

অৱশেষত ৰণবীৰ-দীপিকা পাডুকনৰ অনুৰাগীৰ বাবে আহিল ভাল খবৰ। পিতৃ আৰু মাতৃ হ’ল বলীউডৰ অতি জনপ্ৰিয় এই যুটিটো। দেওবাৰে তেওঁলোকৰ কোলালৈ আহিল এটি কন্যা সন্তান। মুম্বাইৰ এইচ এন ৰিলায়েন্স চিকিৎসালয়ত এজনী…

ছবিগৃহত মুক্তি নাপালে কংগনাৰ ইমাৰ্জেন্সি; কিন্তু কিয়?

অৱশেষত মুক্তি নাপালে কংগনা ৰানাৱটৰ বহুচৰ্চিত ইমাৰ্জেঞ্চি ছবিখন। শুকুৰবাৰে কংগনা ৰানাৱট অভিনীত আৰু পৰিচালিত ইমাৰ্জেঞ্চি ছবিখন মুক্তি পোৱাৰ কথা আছিল। কিন্তু কোনো অজ্ঞাত লোকৰ ভাবুকিৰ বাবে চেন্সৰ ব’ৰ্ডে মুক্তিৰ প্ৰমাণপত্ৰ…

সৰ্ববৃহৎ কৰদাতা চেলিব্ৰিটি হিচাপে বিৰাট কোহলীক পৰাস্ত শ্বাহৰুখ খানৰ

ভাৰতীয় চেলিব্ৰিটিৰ ভিতৰত ২০২৪ বৰ্ষত বলীউদ অভিনেতা শ্বাহৰুখ খানে আদায় দিছে সৰ্বাধিক কৰ। ফৰ্চুন ইণ্ডিয়াৰ তথ্য অনুসৰি শ্বাহৰুখে ৯২ কোটি টকাৰ কৰ আদায় দিছিল। তেওঁৰ পিছত আছে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা…

বিতৰ্কত কণ্ঠশিল্পী দীক্ষু! পলাতক চুমি-তাৰ্কিকে আশ্ৰয় লৈছিল দীক্ষুৰ বাসগৃহত

ট্ৰেডিঙৰ জৰিয়তে হাজাৰ-হাজাৰ কোটি টকাৰ কেলেংকাৰিৰে নাম সাঙোৰ খোৱা বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পলাতক হৈ থকা চুমি বৰাক বিচাৰি অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। বিগত দুদিন ধৰি অভিযান…