মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…
ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ
পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ নশ্বৰ দেহ । শনিবাৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে সম্পন্ন কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া । অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা স্থলীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি…
প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ
মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। বিজেপি শাসিত প্ৰতিখন ৰাজ্যতে এই আইন কাৰ্যকৰী কৰা হ’ব বুলি কয় শ্বাহে। এন ডি…
জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি
“কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী ভাৰতৰ পৰা কাশ্মীৰক পৃথক কৰাৰ পোষকতা কৰা ফ’ৰাম অৱ ডেম’ক্ৰেটিক লিডাৰ্ছ ইন এছিয়া পেচিফিক (এফডিএল-এপি)ৰ সৈতে জড়িত”- দেওবাৰে সামাজিক মাধ্যমৰ জৰিয়তে এই অভিযোগ কৰে বিজেপিয়ে। বিজেপিৰ…
ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…
সাঁতোৰত পুনৰ এক অভিলেখ গঢ়িলে এলভিছ আলী হাজৰিকাই মুম্বাইৰ ৱৰ্লি চি লিংকৰ পৰা আৰৱ সাগৰৰ অটল সেতুলৈ সাঁতোৰ এলভিছৰ ১৩ঘণ্টা সময়ত এলভিছে সাঁতুৰি পাৰ হয় ৪২.৫ কিঃমিঃ সাগৰীয় দূৰত্ব এই…
প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…
প্ৰতিবাদী কৃষকৰ দিল্লী যাত্ৰা কাৰ্যসূচী স্থগিত ৰখা হৈছে । পঞ্জাবৰ এগৰাকী কৃষক নেতাই জনোৱা অনুসৰি, প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত শুকুৰবাৰে নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত তেওঁলোকৰ কেইজনমান প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হোৱাৰ…
ৰাজ্যসভাৰ নিয়ম উলংঘনঃ বিপদত কংগ্ৰেছ সাংসদ!
ৰাজ্যসভাৰ কংগ্ৰেছৰ সাংসদ অভিষেক মনু সিংভিৰ আসনত নগদ ধনৰ বাণ্ডিল উদ্ধাৰ হোৱা পাছতে এই বিষয়টোক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই সমগ্ৰ ঘটনা ৰাজ্যসভাৰ সভাপতি তথা উপ ৰাষ্ট্ৰপতিয়ে ৰাজহুৱা কৰাৰ…
অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ…
শুকুৰবাৰে দিল্লীৰ ভাৰত মণ্ডপামত ৩দিনীয়া অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে দিল্লী আজি উত্তৰ-পূৰ্বাঞ্চলৰ দৰে হৈ পৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰময় ৰঙে ৰাষ্ট্ৰীয় ৰাজধানীত এক সুন্দৰ ৰামধেনুৰ সৃষ্টি…
আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নাভিছে…
আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাড়নাভিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি বহু বিশিষ্ট নেতা এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । বিজেপিৰ কেন্দ্ৰীয়…