ট্ৰাম্পৰ নিৰ্বাচনী ৰেলীৰ সময়তে মাৰণাস্ত্ৰ, ভুৱা পাছপ’ৰ্টসহ এজনক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ  আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন সমাগত । প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান পাৰ্টীৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । তেনে এক প্ৰচাৰ ৰেলীৰ সময়তে পিষ্টলসহ এজন লোকক গ্ৰেপ্তাৰ কৰে…

ট্ৰাম্পৰ নিৰ্বাচনী ৰেলীৰ সময়তে মাৰণাস্ত্ৰসহ এজনক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান পাৰ্টীৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে। তেনে এক প্ৰচাৰ ৰেলীৰ সময়তে পিষ্টলসহ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ট্ৰাম্পৰ…

গ্ল’বেল হাংগাৰ ইনডেক্স, বাংলাদেশ, নেপাল, শ্ৰীলংকাৰ পিছত ভাৰতৰ স্থান

বাংলাদেশ, নেপাল, শ্ৰীলংকাৰ পিছত ভাৰতৰ স্থান ১২৭ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০৫নং স্থানত আজিও খালী পেটে শুব লাগে লক্ষ লক্ষ ভাৰতীয়ই। বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও পিছত ভাৰত গ্ল’বেল হাংগাৰ ইনডেক্সত…

লাওছৰ ১৯ সংখ্যক পূব এছিয়া সন্মিলনত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

ডিজিটেল ডেস্কঃ  লাওছত অনুষ্ঠিত ১৯ সংখ্যক পূব এছিয়া সন্মিলনত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰষ তেওঁ কয় যে, সংঘাত সমাধানৰ ক্ষেত্ৰত আলোচনা আৰু কূটনীতিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এয়া যুদ্ধৰ…

দক্ষিণ কোৰিয়াৰ লেখিকা হেন কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ ন’বেল

ডিজিটেল ডেস্কঃ  ঘোষণা হ’ল ২০২৪ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা বিজয়ীৰ নাম । ছুইডিছ একাডেমীয়ে এইবাৰ সাহিত্যৰ ন’বেলনোবেল বঁটা বিজয়ী হেন কাঙৰ জন্ম ১৯৭০ চনত দক্ষিণ কোৰিয়াৰ গোৱাংজু চহৰত হৈছিল ।…

হিন্দুৰ সুৰক্ষাৰ বাবে ঢাকাত বৃহৎ সমাবেশ…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে মুঠ ৮ টা দাবী উত্থাপিত কৰি ঢাকাৰ কেন্দ্ৰীয় ছহিদ মিনাৰত এক গণ সমাবেশ অনুষ্ঠিত কৰা হয়। বাংলাদেশত হোৱা হিন্দু নিৰ্যাতন আৰু মন্দিৰ আক্ৰমণৰ ঘটনাৰ বিচাৰৰ বাবে ন্যায়াধিকৰণ…

মৰ্মান্তিত, বাছৰ ভিতৰতে জ্বলি ছাই হ’ল ২৫ ছাত্ৰ-শিক্ষক

থাইলেণ্ডত সংঘটিত হৈছে মৰ্মান্তিত ঘটনা৷ এখন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক ভৰ্তি বাছ অগ্নিদগ্ধ হৈ ২৫ ছাত্ৰ আৰু শিক্ষকৰ মৃত্যু হৈছে৷ মৃত্যু হোৱা লোকৰ ভিতৰত ৫জন শিক্ষক আৰু বাকীখিনি ছাত্ৰ৷ শিক্ষাৰ্থীসহ বাছখনত…

থাইলেণ্ডৰ স্কুল বাছত অগ্নিকাণ্ড, নিহত ২৫

থাইলেণ্ডৰ এখন স্কুল বাছত হোৱা অগ্নিকাণ্ডত ২৫ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু। সংবাদ সংস্থা এ এফ পিৰ তথ্য অনুসৰি বাছখনত ৪৪ জন লোক আছিল, ইয়াৰে ১৬ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।…

ইজৰাইলী সেনাৰ আক্ৰমণত নিহত হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰল্লাহ

লেবাননত ইজৰাইলী সেনাৰ ধাৰাবাহিক আক্ৰমণে আতংকৰ সৃষ্টি কৰিছে মধ্যপ্ৰাচ্যৰ দেশখনত। শেহতীয়াকৈ ইজৰাইলৰ সেনাই প্ৰকাশ কৰা মতে, বেইৰুটত সংঘটিত কৰা আক্ৰমণত সময়তে মৃত্যু ঘটিছে লেবাননৰ ক্ষমতাসীন সশস্ত্ৰ সংগঠন হিজবুল্লাহৰ মুৰব্বী হাছান…

নেপালত প্ৰলয়, বান-ভূমিস্খলনত ১১২ জন নিহত

ধাৰাসাৰ বৰষুণৰ পিছতে নেপালত উদ্ভৱ হোৱা ভয়াবহ বান পৰিস্থিতি আৰু ভূমিস্খলনত মৃত্যুক সাৱটিছে ১১২ জনকৈ লোকে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰী কৰা মতে, এই বিভীষিকাময় দুৰ্যোগত আহত হৈছে ১২২ জন…