ছত্তীশগড়ত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ, নিহত তিনিজন মাওবাদী

মাও অধ্যুষিত ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত নিৰাপত্তা বাহিনীৰ সৈতে সংঘটিত এক এনকাউণ্টাৰত এগৰাকী মহিলা মাওবাদীকে ধৰি তিনিগৰাকী মাওবাদী নিহত হৈছে। সোমবাৰে আৰক্ষী বিষয়াই এই তথ্য প্ৰদান কৰে।

আৰক্ষী বিষয়াৰ মতে, নাৰায়ণপুৰৰ আবুঝমাদ অঞ্চলত নিৰাপত্তা বাহিনীৰ এক এনকাউণ্টাৰত এগৰাকী মহিলা মাওবাদীকে ধৰি তিনিজন মাওবাদী নিহত হৈছে। এতিয়াও দুয়োপক্ষৰ পৰা মাজে মাজে গুলীচালনা অব্যাহত আছে।

শীৰ্ষ আৰক্ষী বিষয়াজনে কয় যে আবুঝমাদ অঞ্চলত মাওবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছত নক্সাল বিৰোধী অভিযানৰ বাবে নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হয়। অভিযানৰ সময়ত যেতিয়া নিৰাপত্তাৰক্ষীৰ দলটো সেই অঞ্চলটোত উপস্থিত হৈছিল, তেতিয়াৰ পৰাই নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত এই এনকাউণ্টাৰ আৰম্ভ হয়।

ঘটনাস্থলৰ পৰা পৰা তিনিজন মাওবাদীৰ মৃতদেহৰ লগতে উদ্ধাৰ হৈছে একে-৪৭ ৰাইফল আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, নিৰাপত্তা বাহিনীৰ সকলো জোৱান সুৰক্ষিত। অঞ্চলটোত অব্যাহত আছে মাওবাদীৰ বিৰুদ্ধে অভিযান। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰি থকা বুলিও তেওঁ কয়।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে