অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ পাছত অসমীয়াৰ দায়িত্ব আৰু বাঢ়িলঃ ইমৰান শ্বাহ

ডিজিটেল সংবাদ: ‘খাটিখোৱা মানুহে ভাষা জীয়াই ৰাখে’- অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পাছত সন্তুষ্টি ব্যক্ত কৰি এইদৰে মন্তব্য কৰে কথাশিল্পী তথা পদ্মশ্ৰী ইমৰান শ্বাহে। তেওঁ লগতে কয় যে, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ পাছত এতিয়া অসমীয়াৰ দায়িত্ব আৰু বাঢ়িল।

অসমীয়া ভাষাটো বহু প্ৰাচীন।‌ অথচ অসমীয়া ভাষাই বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈছে। গতিকে এতিয়া অসমীয়া সজাগ হ’ব লাগিব। অসমীয়া লোকে নিজৰ ৰাজ্যতেই হওঁক বা আন ঠাইতেই হওঁক মত বিনিময় কৰোতে প্ৰথমে আন ভাষা ব্যৱহাৰ কৰাতকৈ প্ৰথমে অসমীয়া ভাষাকেই ব্যৱহাৰৰ কৰিব লাগে বুলি মন্তব্য কৰে বিশিষ্ট কথা শিল্পী গৰাকীয়ে।

উল্লেখ্য যে, ভাৰত চৰকাৰে, চলিত বৰ্ষৰ ৩ অক্টোবৰত অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।

  • Brahmaputra Times

    Related Posts

    আত্মহননৰ পথ বাছি ল’লে বিধায়ক মানৱ ডেকাৰ ভাতৃয়ে

    বিধায়ক মানৱ ডেকাৰ ভাতৃয়ে ল’লে চৰম সিদ্ধান্ত। আত্মহননৰ দৰে চৰম পন্থা বাছি ল’লে বিধায়কগৰাকীৰ ভাতৃয়ে। শনিবাৰে নিশা প্ৰায় ১১-৪৫ বজাত সংঘটিত হয় এই অনাকাঙ্খিত ঘটনা। জানিব পৰা মতে দীৰ্ঘদিন ধৰি…

    ৪ জিলাত পুনৰ ছমাহৰ বাবে আফস্পাৰ ম্যাদ বৃদ্ধি…

    ডিজিটেল ডেস্ক: ৰাজ্যৰ ৪ জিলাত বৃদ্ধি কৰা হৈছে আফস্পাৰ (AFSPA) ম্যাদ । মঙলবাৰে জাৰি কৰা এক জাননী অনুসৰি, বাংলাদেশৰ শেহতীয়া পৰিস্থিতি আৰু ইয়াৰ ফলত আভ্যন্তৰীণ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত সম্ভাৱ্য বিদ্বেষপূৰ্ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক