মনোমালিন্যঃ লখিমপুৰত আৰক্ষী কনিষ্টবলে পত্নীক হত্যা কৰি নিজেও গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত…

  • লখিমপুৰ চৰাইমৰীয়াৰ সমীপৰ বৰবচাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
  • অসম আৰক্ষীৰ এগৰাকী আৰক্ষী কনিষ্টবলে কৰিলে পত্নীক হত্যা
  • পত্নীক হত্যা কৰাৰ পাছত নিজেও চৰম পথ গ্ৰহণ কৰিছে কনিষ্টবলগৰাকীয়ে।
  • জানিব পৰা মতে, বসন্ত শইকীয়া নামৰ আৰক্ষী কনিষ্টবলগৰাকীয়ে সোমবাৰে পুৱা পত্নী হীৰা শইকীয়াক দাৰে ঘপিয়াই হত্যা কৰাৰ পাছত নিজেও চৰম সিদ্ধান্ত গ্ৰহণ কৰে।
  • স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, পতী-পত্নী দুয়োৰে মাজত কিছুদিন ধৰি মনোমালিন্য চলি আছিল।
  • দুয়োৰে মৃতদেহ ঘৰৰ কোঠাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে।

Brahmaputra Times

Related Posts

চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক