লামডিং জংচনত জব্দ 9 MM পিষ্টলঃ আটক সৰবৰাহকাৰী যুৱক-যুৱতী

লামডিং জংচনত পিষ্টল সহ আটক যুৱক-যুৱতী। নিশাৰ ভাগত নামনিমুৱা 15604 নং লিডু এক্সপ্ৰেছত ৰেল আৰক্ষীয়ে অভিযান চলাই এটা 9 MM পিষ্টল সহ ৫ জাই গুলি জব্দ কৰে। আৰক্ষীয়ে লগতে ঘটনাৰ লগত জৰিত দুই সৰবৰাহকাৰীকো আটক কৰে।

জানিব পৰা মতে, জব্দাকৃত পিষ্টলটো ডিমাপুৰৰ পৰা গুৱাহাটী লৈ যোৱাৰ পৰিকল্পনা কৰিছিল দুই সৰবৰাহকাৰীয়ে। আটকাধীন এজন সৰবৰাহকাৰী হাওৰাঘাটৰ সুদিপ মালাকাৰ আৰু আনগৰাকী নাগালেণ্ডৰ ৰিখুম লা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, দুই সৰবৰাহকাৰীয়ে 9 MM পিষ্টলটো গুৱাহাটী ৰেলৱে ষ্টেচনত কোনো এজন লোকৰ হাতত সমজাই দিয়াৰ পৰিকল্পনা কৰিছিল। ৰেল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন কলিতাৰ নেতৃত্বত চলাইছিল এই অভিযান।

  • Brahmaputra Times

    Related Posts

    অভয়াৰণ্যৰ স্বীকৃতি হেৰুৱালে গড়ভঙাই…

    মহানগৰীৰ সমীপতে থকা প্ৰকৃতিৰ ৰম্যভূমি গুৱাহাটী মহানগৰীৰ হাওঁফাওঁ স্বৰূপ গড়ভঙা অভয়াৰণ্যৰ স্বীকৃতি বাতিল কৰি সমালোচিত হৈছে ৰাজ্য চৰকাৰ ।এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন কৰিছে সচেতন ব্যক্তিয়ে। যাৰ…

    দলগাঁৱত অস্ত্রসহ আটক ৪ জনকৈ চোৰাং চিকাৰী…

    দলগাঁৱত আৰক্ষীৰ  চোৰাং চিকাৰী বিৰোধী অভিযান। অস্ত্রসহ ৪জনকৈ চোৰাং চিকাৰীক আটক কৰিছে আৰক্ষীয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰে আহিছিল এই ৪ জন দুধৰ্ষ চোৰাং চিকাৰী। আৰক্ষীয়ে আটকাধীন চোৰাং চিকাৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…