নগেন নেওগ হত্যাকাণ্ড গোচৰত অমৰ সিঙক অভিযোগমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ

প্ৰাক্তন মন্ত্ৰী নগেন নেওগ হত্যাকাণ্ড গোচৰত দোষমুক্ত হ’ল অমৰ সিং। উচ্চতম ন্যায়ালয়ত এই গোচৰ সন্দৰ্ভত চিবিআয়ে আৱেদন দাখিল কৰিছিল। উচ্চ ন্যায়ালয়ে এই গোচৰত প্ৰথমে দোষমুক্ত কৰিছিল অমৰ সিং ওৰফে অৰূপ কোঁৱৰক। উচ্চ ন্য়ায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে চিবিআই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ।

উল্লেখ্য যে, কিছু দিনৰ পূৰ্বে চিবিআয়ে আটক কৰিছিল অমৰ সিঙক। অৱশ্যে পিছদিনাই ন্যায়ালয়ে তেওঁক জামিনত মুকলি কৰি দিছিল। তাৰপাছতে উচ্চতম ন্যায়ালয়ৰ এই গোচৰৰ শুনানিত সো শৰীৰে উপস্থিত হৈছিল অমৰ সিং। বুধবাৰে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰে। ৰায়ত ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰে প্ৰাক্তন আলফা সদস্য গৰাকীক। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, নগেন নেওগ বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ স্বামী।

  • Related Posts

    ৪ গৰাকী পুৰোধালৈ সাহিত্যাচাৰ্য সন্মান

    আজি অসম সাহিত্য সভাই অসমৰ চাৰি বিশিষ্ট কবি-সাহিত্যিকক সৰ্বোচ্ছ সন্মান প্ৰদানৰ ঘোষণা কৰিছে৷ সৰ্বোচ্চ সন্মান সাহিত্যাচাৰ্য সন্মান প্ৰদানৰ ঘোষণা কৰিছে। পূৰ্বৰ দৰে এইবৰ্ষটো অসম সাহিত্য সভাই ঘোষণা কৰিলে ২০২৫ বৰ্ষৰ…

    ৰাজীৱ শদিয়াৰ পৰিয়ালক ৫ লাখ টকাৰ সাহায্য ৰাজ্য চৰকাৰৰ

    ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠনৰ লগতে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰে৷ বিভিন্ন দল-সংগঠনে ৰাজীৱ শদিয়াৰ পত্নীক চাকৰি প্ৰদানৰ দাবী উত্থাপন কৰি আহিছে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…