মঙলবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ নিৰ্মীয়মাণ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কামৰ খতিয়ান ল’বলৈ নতুন দিল্লীত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ অধ্যক্ষতাত বাণিজ্য ভৱনত অনুষ্ঠিত বৈঠকত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰে প্ৰতিনিধি উপস্থিত থাকে।
মালবাহী গাড়ী চলাবলৈ চালকক প্ৰয়োজন নহ’ব গধুৰ বাহনৰ অনুজ্ঞাপত্ৰ
এতিয়াৰে পৰা মালবাহী গাড়ী চলাবলৈ চালকসকলক প্ৰয়োজন নহয় গধুৰ বাহনৰ অনুজ্ঞাপত্ৰ থকাটো। কিয়নো দেশৰ বাহন চালকসকলক লৈ এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। বুধবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা…