দক্ষিণ কোৰিয়াৰ লেখিকা হেন কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ ন’বেল

ডিজিটেল ডেস্কঃ  ঘোষণা হ’ল ২০২৪ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা বিজয়ীৰ নাম । ছুইডিছ একাডেমীয়ে এইবাৰ সাহিত্যৰ ন’বেলনোবেল বঁটা বিজয়ী হেন কাঙৰ জন্ম ১৯৭০ চনত দক্ষিণ কোৰিয়াৰ গোৱাংজু চহৰত হৈছিল । তেওঁ ৯ বছৰ বয়সতে পৰিয়ালৰ সৈতে ছিউললৈ প্ৰত্যাৱৰ্তন কৰিছিল ।

সাহিত্য চৰ্চাৰ লগত জড়িত এটা পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰে । তেওঁৰ পিতৃ এগৰাকী প্ৰতিষ্ঠিত ঔপন্যাসিক । ন’বেল বঁটা ঘোষণাৰ সময়ত কোৱা হৈছে, “লিখনিৰ লগতে কলা আৰু সংগীতৰ প্ৰতিও তেওঁ অৱদান আগবঢ়াইছে, যি তেওঁৰ সাহিত্যিক সমলত প্ৰতিফলিত হৈছে ।”

বঁটা দক্ষিণ কোৰিয়াৰ লেখিকা হেন কাঙক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অভিনৱ কাব্যিক গদ্যৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে । তেওঁৰ জনপ্ৰিয় গ্ৰন্থসমূহৰ ভিতৰত আছে ‘দ্য ভেজিটেৰিয়ান’, ‘দ্য হোৱাইট বুক’, ‘হিউমেন এক্টছ এণ্ড গ্ৰীক লেচনছ’ ।

  • Related Posts

    কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

    ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব…

    তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীৰ সৈতে ভূটানত মুখ্যমন্ত্ৰী

    তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় । মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…