হৈ যাব পাৰে ডাঙৰ বিপদঃ আপুনি কি ৰঙৰ ব্ৰাছেৰে দাঁত ঘহিঁব লাগে, পঢ়ি লওঁক সবিশেষ…

ডিজিটেল ডেস্কঃ জ্যোতিষ শাস্ত্ৰ আপুনি বিশ্বাস কৰক বা নকৰক। জ্যোতিষ শাস্ত্ৰ মতে কাম কৰি বহু লোকে জীৱনত লাভ কৰিছে সফলতা। আজি জানো আহক জ্যোতিষ শাস্ত্ৰৰ মতে, ৰাশি অনুযায়ী আমি কি ৰঙৰ ব্ৰাছেৰে দাত ঘঁহিব লাগে।

  • মেষ ৰাশি – এই ৰাশিৰ লোকে কেৱল ৰূপালী ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিব লাগে।
  • বৃষ ৰাশি- বৃষ ৰাশিৰ লোকে সেউজীয়া ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিবলগীয়া হয়।
  • মিথুন ৰাশি- মিথুন ৰাশিৰ লোকে বগা ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিবলগীয়া হয়।
  • সিংহ ৰাশি- সিংহ ৰাশিৰ লোকে সেউজীয়া ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিব লাগে।
  • কন্যা ৰাশি- এই ৰাশিৰ লোকে ভাল মানৰ ব্ৰাছ ব্যৱহাৰ কৰিব লগা হয়। গতিকে আপোনাৰ ব্ৰাছৰ ৰং ৰূপালী হ’ব লাগে।
  • তুলা ৰাশি- তুলা ৰাশিৰ লোকে ৰঙা ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিব লাগে।
  • বৃশ্চিক ৰাশি- এই ৰাশিৰ লোকে পাতল হালধীয়া বা সৰিয়হ ৰঙৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব পাৰে।
  • ধনু- ক’লা আৰু নীলা ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিলে আপোনাৰ দাঁতৰ বাবে ভাল হ’ব।
  • মকৰ ৰাশি- মকৰ ৰাশিৰ লোকে পাতল নীলা বা ক’লা ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিব পাৰে।
  • কুম্ভ ৰাশি- এই ৰাশিৰ লোকে হালধীয়া ৰঙৰ টুথব্ৰাছ ব্যৱহাৰ কৰাটো ভাল।
  • মীন ৰাশি- মীন ৰাশিৰ লোকে ৰঙা ৰঙৰ ব্ৰাছেৰে দাঁত পৰিষ্কাৰ কৰিব লাগে।
  • Brahmaputra Times

    Related Posts

    খাদ্য পেকিং কৰা প্লাষ্টিকৰ কন্টেইনাৰ কিমান স্বাস্থ্যকৰ!

    ব্যস্ততাৰে ভৰা এই জীৱনত বহুতে অৰ্ডাৰ কৰা খাদ্য গ্ৰহণ কৰে ৷ কিন্তু এনে খাদ্য স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক সেয়া জানিলে হয়তো আপুনি আচৰিত হ’ব ৷ কাৰণ খাদ্য পেকিং কৰিবলৈ ব্যৱহাৰ…

    পূজা চাবলৈ যাঁওতে বেগত ৰাখক এইসমূহ সামগ্ৰী…

    ডিজিটেল ডেস্কঃ  মহালয়াৰ পিচতে এতিয়া লাহে লাহে সমগ্ৰ অসমতে দুৰ্গা পূজাৰ বাবে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ পেণ্ডেলে পেণ্ডেলে সজাই তোলা হৈছে মহিষমৰ্দিনীৰ আকৰ্ষণীয় মূৰ্তিসমূহ ৷ পূজাৰ মণ্ডপ সমূহো…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ