খাৰুপেটীয়াত নৃশংস ঘটনা; পাষাণ পুত্ৰৰ হাতত মৃত্যু মাতৃৰ

ৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ খাৰুপেটীয়াত নিজ পাষান পুত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে মাতৃয়ে।

গনেশ দাস নামৰ এই পাষাণ পুত্ৰজনৰ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বুধবাৰে সন্ধিয়া খাৰুপেটীয়াৰ টিলাপট্টিত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড।

জানিব পৰা অনুসৰি লোহাৰ ৰ’ডেৰে মৰিয়াই মৰিয়াই ৫০ উৰ্ধ্বৰ মাতৃগৰাকীক হত্যা কৰে।

গনেশ দাসে প্ৰায়েই মাতৃক‌ প্ৰহাৰ কৰি আহিছিল বুলি স্থানীয় লোকে জানিব দিয়ে।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত দণ্ডাধীশ তনবিৰ ইউছুফ আহমেদ‌ আৰু খাৰুপেটীয়া আৰক্ষীৰ দল উপস্থিত হৈ অভিযুক্ত গনেশ দাসক গ্ৰেপ্তাৰ কৰে।

Brahmaputra Times

Related Posts

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আহোম ৰাজশাসনৰ সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা পাছতে যোৱা ১৯ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে বিশ্ব ঐতিহ্য সপ্তাহ । অসম চৰকাৰৰ…

অসম সাহিত্য সভাৰ সভাপতি হ’বলৈ মই আগ্ৰহী নহয়ঃ নাহেন্দ্ৰ পাদুন

অসম সাহিত্য সভাৰ সৈতে জড়িত হৈ আছে অসমীয়াৰ আবেগ-অনুভূতি। বহু স্বনামধন্য ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি অসমৰ সাহিত্য ক্ষেত্ৰখন সমৃদ্ধ কৰি গৈছে। কিন্তু শেহতীয়াকৈ অসম সাহিত্য সভাক…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ