সোণাপুৰৰ উচ্ছেদস্থলীত ভয়ংকৰ পৰিস্থিতি; দুজন লোকৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ সোণাপুৰৰ কচুতলিত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হৈছে ভয়ংকৰ পৰিস্থিতি। উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীৰে প্ৰচণ্ড সংঘাত অবৈধ দখলকাৰীৰ।

আৰক্ষীক দা লাঠীৰে আক্ৰমণ একাংশ অবৈধ দখলকাৰীৰ। আৰক্ষীয়েও দিয়ে ইয়াৰ প্ৰত্যুত্তৰ। ইয়াৰ ফলত মৃত্যু হয় দুজন অবৈধ দখলকাৰীৰ।

নিহত দুজনক হাইদৰ আলী আৰু জবা হৃদ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা অনুসৰি উচ্ছেদ অভিযান চলাবলৈ যোৱা আৰক্ষীলৈ অবৈধ দখলকাৰীয়ে শিলাবৰ্ষণ কৰিছিল।

এই ঘটনাত সোণাপুৰৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ আহত হয়। ইয়াৰ উপৰি হাবিলদাৰ দীপেন গগৈ, মানৱজ্যোতি চুতীয়া, অমৰজ্যোতি বৰুৱাও আহত হয়।

খবৰ অনুসৰি সোণাপুৰৰ উত্তপ্ত পৰিস্থিতিক লৈ বন্ধ কৰি দিয়া হৈছে ৰে’ল যাতায়ত। সোণাপুৰৰ ৰে’ল পথৰ দাঁতিত হাজাৰ হাজাৰ বেদখলকাৰীয়ে আশ্ৰয় লোৱাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।

Brahmaputra Times

Related Posts

চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক