টি-২০ মহিলা বিশ্বকাপঃ পাকিস্তানৰ সন্মুখত হৰমনপ্ৰীত বাহিনীৰ অগ্নিপৰীক্ষা

ডিজিটেল ডেস্কঃ  টি-২০ বিশ্বকাপৰ খিতাপ দখলৰ যুঁজত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব হৰমনপ্ৰীত নেতৃত্বাধীন টীম ইণ্ডিয়া। মহিলা বিশ্বকাপৰ যুঁজত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হৈ চিন্তিত ভাৰতীয় মহিলা ক্ৰিকেট দলটো। সেয়ে আজি সেই ভুল পাহৰি পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নামিব টীম ইণ্ডিয়া।

দেওবাৰে বিয়লি ৩-৩০ বজাত ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন। ইতিমধ্যে পাকিস্তানক পৰাভূত কৰাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছে টীম ইণ্ডিয়াই।

আজিৰ এই মেচখনত পৰাজয় মানেই এক প্ৰকাৰ বিদায় নিশ্চিত। কিয়নো নিউজিলেণ্ডৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাজিত হৈ গ্ৰুপ পৰ্যায়ৰ পৰা বিদায়ৰ মুখত পৰিছে টীম ইণ্ডিয়া।

সেয়ে বাকী কেইখন মেচত ভাৰতে জয়ৰ উপৰি ৰান ৰেট উন্নত কৰিব লাগিব। জয় মানেই প্ৰতিযোগিতাত বৰ্তি থাকিব টীম ইণ্ডিয়া অন্যথা টালি-টোপেলা বান্ধি ঘৰমুৱা হ’ব লাগিব। স্বাভাৱিকতে আজিৰ এইমেচখন বেচ ৰোমাঞ্চকৰ হৈ উঠিব !

  • Brahmaputra Times

    Related Posts

    উত্তৰ প্ৰদেশত দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনত সংঘৰ্ষঃ নিহত ১

    ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাৰ্ডিৰ মাহছি মহাৰাজগঞ্জত দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত বিবাদৰ সূত্ৰপাত হয় । ডিজেক লৈ হোৱা বিবাদে ক্ৰমে সংঘৰ্ষৰ ৰূপ লয় আৰু ক্ৰমে এটা…

    টি-২০ত বাংলাদেশৰ বিৰুদ্ধে ৩-০ ব্যৱধানত জয় ভাৰতৰ

    ডিজিটেল ডেস্কঃ টেষ্ট শৃংখলা জয় কৰাৰ পাছত বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাও ৩-০ ব্যৱধানত জয় কৰিলে ভাৰতীয় দলটোৱে। ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত তৃতীয়খন টি-২০ খেলত শনিবাৰে ভাৰতে প্ৰথমে বেটিং কৰি ২৯৭ ৰাণৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক