অৱশেষত মুকলি আকাশৰ তললৈ অৰবিন্দ কেজৰিৱাল; বান্ধি দিলে কেইবাটাও চৰ্ত

দিল্লী আবকাৰী নীতি কেলেংকাৰিত দুৰ্নীতিৰ অভিযোগত অভিযুক্ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চিবিআইৰ গ্ৰেপ্তাৰ আৰু জামিনত প্ৰত্যাহ্বান জনোৱা আবেদনৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰে। দুজন ন্যায়াধীশৰ বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত…