যোৰহাট-মাজুলী সংযোগী দলঙক লৈ অসহায় মুখ্যমন্ত্ৰী, কেন্দ্ৰক হস্তক্ষেপৰ দাবী

নিৰ্মাণকাৰ্য বন্ধ হৈ থকা যোৰহাট-মাজুলী সংযোগী দলঙক লৈ আজি মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক ৫ ছেপ্টেম্বৰৰ পৰা নিৰ্মাণ স্থগিত মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ পুনৰ আৰম্ভ কৰাৰ বাবে…

সোণাপুৰৰ উচ্ছেদস্থলীত ভয়ংকৰ পৰিস্থিতি; দুজন লোকৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ সোণাপুৰৰ কচুতলিত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হৈছে ভয়ংকৰ পৰিস্থিতি। উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীৰে প্ৰচণ্ড সংঘাত অবৈধ দখলকাৰীৰ। আৰক্ষীক দা লাঠীৰে আক্ৰমণ একাংশ অবৈধ দখলকাৰীৰ। আৰক্ষীয়েও দিয়ে…

আত্মসমৰ্পনৰ পূৰ্বে নিশা ক’ত আছিল চুমি-তাৰ্কিক

স্বামী তাৰ্কিকৰ সৈতে STFৰ জালত চুমি বৰা। আত্মসমৰ্পণ কৰাৰ পূৰ্বেই STF-এ আটক কৰে দুয়োকে। ইয়াৰ পিছতেই STF-এ চুমি-তাৰ্কিকক ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে। বৰ্তমান ডিব্ৰুগড় আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ আছে ট্ৰেডিং…

১৫ ছেপ্টেম্বৰত হ’বলগীয়া নিযুক্তি পৰীক্ষাৰ নিয়মাৱলী; কি কৰিব পাৰিব কি নোৱাৰিব

তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰী আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৈ আজি এক সংবাদ মেলৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তৃতীয় আৰু…

পঞ্চায়ত নিৰ্বাচনতো মিত্ৰজোঁট অক্ষুণ্ণ থকাৰ ইংগিত অতুল বৰাৰ

আগন্তুক পঞ্চায়ত নিৰ্বাচনতো অক্ষুণ্ণ থাকিব অগপ-বিজেপিৰ মিত্ৰতা। আজি হাইলাকান্দিত এই ইংগিত দিলে অগপ সভাপতি অতুল বৰাই। দুদিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ দ্বিতীয় দিনা আজি হাইলাকান্দিত আহি উপস্থিত হয় ৰাজ্যৰ কৃষি, পশুপালন…

আৰক্ষীৰ জালত এজন বাংলাদেশী; ১২ বছৰ ধৰি আছিল ভাৰতত

পুনৰ হাইলাকান্দিত আটক এজন বাংলাদেশী নাগৰিক। হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত ধনীপুৰ গাঁৱৰ পৰা আটক কৰা হৈছে বাংলাদেশী নাগৰিকজনক। আটক হোৱা বাংলাদেশী নাগৰিকৰ নাম হৈছে এম ডি শ্যাম উদ্দিন।…

১৫ ছেপ্টেম্বৰত পৰীক্ষা দিবলৈ গ’লে কি কি নিয়ম মানিব লাগিব আপুনি

১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা দিবলৈ গ’লে পৰীক্ষাৰ্থীসকলে মানিব লাগিব বহুকেইটা নিয়ম। ৩য়, ৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত মানি চলিব লাগিব কেইবাটাও নিয়ম। নিয়ম নামানিলে…

গুৱাহাটীলৈ অনা হ’ব বিশাল ফুকনক; চি আই ডিয়ে চলাব জেৰা!

ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰি ধৰা পৰা মহাপ্ৰবঞ্চক বিশাল ফুকনক গুৱাহাটীলৈ অনা হ’ব। বৰ্তমান ডিব্ৰুগড় কাৰাগাৰত আছে বিশাল ফুকন। আদালতত আবেদন জনাই SITয়ে বিশাল ফুকনক নিজৰ জিম্মাত…

১৫ ছেপ্তেম্বৰৰ ৩য় বৰ্গৰ নিযুক্তি পৰীক্ষাত নকল কৰিলেই কঠোৰ শাস্তি

১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৩য় বৰ্গৰ নিযুক্তি পৰীক্ষাত বহিব ৰাজ্যৰ লাখ-লাখ নিবনুৱা যুৱক-যুৱতী। নিযুক্তি পৰীক্ষাৰ দিনা যাতে পৰীক্ষা কেন্দ্র সমূহত কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনে ইতিমধ্যেই যাবতীয়…

কোনো লোক সাৰি যাব নোৱাৰে : ট্ৰেডিং কাণ্ডক লৈ মুখ্যমন্ত্রীৰ ডাঙৰ মন্তব্য

ট্ৰেডিং কাণ্ডক লৈ বিগত কিছুদিন ধৰি ৰাজ্যত সৃষ্টি হৈ থকা তীব্ৰ বিতৰ্ক সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ঘটনাটোক লৈ কঠোৰ হোৱা মুখ্যমন্ত্রী শৰ্মাই ইতিমধ্যে শনিবাৰে তদন্তৰ…