নেৰানেপেৰা বৰষুণৰ ফলত তাচপাতৰ দৰে খহিল তিনি মহলীয়া অট্টালিকা; এটা পৰিয়ালৰ ৯ জন লোকৰ মৃত্যু
উত্তৰ প্ৰদেশৰ মেৰঠত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অঞ্চলটোৰ লোহিয়া নগৰ থানা এলেকাৰ মহল্লা জাকিৰ কলনীত এটা তিনিমহলীয়া অট্টালিকা ভাঙি পৰাত এটা পৰিয়ালৰ প্ৰায় ১৫ জন লোকক ধ্বংসাৱশেষৰ তলত আৱদ্ধ…