চুইজাৰলেণ্ড বেংকৰ পৰা ২৬০০ কোটি টকা জব্দ! হিণ্ডেনবাৰ্গৰ দাবীত খলকনি আদানী গোষ্ঠীত
বৃহস্পতিবাৰে নিশা চুইজাৰলেণ্ডৰ সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতি দি আমেৰিকাৰ ইকুইটি প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে দাবী কৰে যে আদানী গোষ্ঠীৰ সৈতে জড়িত ৩১ কোটি ডলাৰ (প্ৰায় ২৬০০ কোটি টকা) জব্দ কৰা হৈছে।…