সোণাপুৰৰ উচ্ছেদ অভিযান সন্দৰ্ভত মুখ্যমন্ত্রীৰ ডাঙৰ মন্তব্য

বৃহস্পতিবাৰে সোণাপুৰৰ কচুতলিত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত দুজন বেদখলকাৰীৰ মৃত্যু হোৱা প্ৰসংগত মন্তব্য কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ অভিযানৰ বিৰোধিতা কৰা কংগ্ৰেছ দলক লক্ষ্য কৰি…

কোনো লোক সাৰি যাব নোৱাৰে : ট্ৰেডিং কাণ্ডক লৈ মুখ্যমন্ত্রীৰ ডাঙৰ মন্তব্য

ট্ৰেডিং কাণ্ডক লৈ বিগত কিছুদিন ধৰি ৰাজ্যত সৃষ্টি হৈ থকা তীব্ৰ বিতৰ্ক সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ঘটনাটোক লৈ কঠোৰ হোৱা মুখ্যমন্ত্রী শৰ্মাই ইতিমধ্যে শনিবাৰে তদন্তৰ…

অসমৰ বাবে নতুন নিয়ম; এতিয়াৰে পৰা আধাৰকাৰ্ডৰ বাবে লাগিব NRCৰ তথ্য

অসমত এতিয়াৰে পৰা আধাৰ কাৰ্ড বনাবলৈ নতুন আবেদনকাৰীয়ে এন আৰ চিৰ আবেদনৰ ৰচিদ নম্বৰ দিব লাগিব। শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে। জনসংখ্যাতকৈ আধাৰ কাৰ্ডৰ বাবে আবেদনকাৰীৰ সংখ্যা…

মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ সচিবালয়ৰ পৰা ডিব্ৰুগড়ৰ জনসাধাৰণলৈ দিলে সুখবৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা দিৱসৰ দিনটোত ৰাষ্ট্ৰীয় পতাকা গুৱাহাটীত উত্তোলন কৰাৰ লগতে ডিব্ৰুগড়ত গণৰাজ্য দিৱস পালন কৰাৰ কথা ঘোষণা কৰে। শুকুৰবাৰে ডিব্ৰুগড় চহৰত নৱনিৰ্মিত মুখ্যমন্ত্ৰীৰ সচিবালয় উদ্বোধন কৰি…

ৰেচন কাৰ্ড সন্দৰ্ভত ৰাজ্যিক কেবিনেটৰ ডাঙৰ সিদ্ধান্ত

আজি লখিমপুৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেটত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেটত নতুনকৈ ২০ লাখ লোকক চৰকাৰে ৰেচন কাৰ্ড দিয়াৰ…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘পাৰ্ট টাইম’ মুখ্যমন্ত্ৰী আখ্যা ভূপেন বৰাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত মুখৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। নিজ গৃহ সমষ্টি বিহপুৰীয়াত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আজি বিহপুৰীয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি…

ৰিপুন বৰা পুনৰ কংগ্ৰেছলৈ যে আহিব দুমাহ আগতে অৱগত আছিলো

তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাই দলৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰাৰ লগতেসভাপতি পদ ত্যাগ কৰিছে। ৰিপুন বৰাৰ সিদ্ধান্তৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে! ‘ষ্টাৰ কেম্পেইনাৰ হ’ব হিমন্ত বিশ্ব শৰ্মা’

২০২৬ লৈ সাজু গৌৰৱ গগৈ। ২০২৬ত অসমত বিধানসভা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নেকি? কোনটো বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব গৌৰৱ…