কাইলৈৰ ভিতৰত যোগ দিয়ক কৰ্তব্যত; প্ৰতিবাদকাৰী চিকিৎসকক SCৰ নিৰ্দেশ
কলিকতা কাণ্ডক লৈ উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হৈছে শুনানি। শুনানীৰ সময়ত প্ৰতিবাদকাৰী চিকিৎসক সকলক শীঘ্ৰেই কামলৈ ওভতাৰ নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ বাবে সৰ্বোচ্ছ ন্যায়ালয়ে সময়সীমা বান্ধি দিলে প্ৰতিবাদী চিকিৎসক সকলক।…