প্ৰবীণ বাঁওপন্থী নেতী সীতাৰাম য়েচুৰীৰ দেহাৱসান

বাঁওপন্থী ৰাজনীতিৰ এটা যুগৰ অৱসান। প্ৰবীণ নেতা সীতাৰাম য়েচুৰীৰ জীৱনাৱসান। ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে। দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছিল চিপিআই(এম)ৰ (CPIM) সাধাৰণ সম্পাদকগৰাকী। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত…