আত্মসমৰ্পনৰ পূৰ্বে নিশা ক’ত আছিল চুমি-তাৰ্কিক

স্বামী তাৰ্কিকৰ সৈতে STFৰ জালত চুমি বৰা। আত্মসমৰ্পণ কৰাৰ পূৰ্বেই STF-এ আটক কৰে দুয়োকে। ইয়াৰ পিছতেই STF-এ চুমি-তাৰ্কিকক ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে। বৰ্তমান ডিব্ৰুগড় আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ আছে ট্ৰেডিং…

চুমি বৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ

ৰাজ্যজুৰি ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত চলি থকা তীব্র চৰ্চাৰ মাজতে এইবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে। আজি ৰঙিয়াত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশ লৈ অভিনেত্ৰী গৰাকীয়ে কয়…

বিতৰ্কত কণ্ঠশিল্পী দীক্ষু! পলাতক চুমি-তাৰ্কিকে আশ্ৰয় লৈছিল দীক্ষুৰ বাসগৃহত

ট্ৰেডিঙৰ জৰিয়তে হাজাৰ-হাজাৰ কোটি টকাৰ কেলেংকাৰিৰে নাম সাঙোৰ খোৱা বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পলাতক হৈ থকা চুমি বৰাক বিচাৰি অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। বিগত দুদিন ধৰি অভিযান…