সেনাৰ গুলীত নিহত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা দুই সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ ৰাজৌৰীত পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা দুজন সন্ত্ৰাসবাদীক সেনাবাহিনীয়ে হত্যা কৰে। ৮ ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰে গভীৰ নিশা সীমান্ত পাৰ হ’বলৈ চেষ্টা চলাইছিল সন্ত্ৰাসবাদীয়ে। এই এনকাউণ্টাৰৰ সময়তে মৃত্যু ঘটে দুয়োজন সন্ত্ৰাসবাদীৰ।

সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ হৈছে দুটা এ কে ৪৭, এটা পিষ্টল আৰু গুলী।

এজন সেনা বিষয়াই জনোৱা মতে, তালাচী চলাই থকা জোৱানসকলে এল অ’ চিত সন্ত্ৰাসবাদীৰ এটা দলে সীমান্ত পাৰ হ’বলৈ চেষ্টা চলাইছিল। এই সময়ছোৱাত তেওঁলোকৰ সৈন্যসকলৰ সৈতে মুখামুখি হোৱাত দুজনৰ মৃত্যু হয়।

এই এনকাউণ্টাৰৰ পিছৰে পৰা সেনা বাহিনীৰ দলে অনুসন্ধান অভিযান আৰম্ভ কৰে আৰু এতিয়াও চলি আছে।

Brahmaputra Times

Related Posts

ঝাৰখণ্ডৰ নিৰ্বাচনত সৰ্বশক্তিৰে জঁপিয়াই পৰাৰ পিছতো কিয় পৰাজিত হ’ল বিজেপি…

ৰাজ্য়ৰ পাঁচটা সমষ্টিত বিজেপি আৰু মিত্রজোঁটৰ অভূতপূৰ্ব সাফল্যৰ পাছতো সুখী হ’ব নোৱাৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ মূলতে হৈছে ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফল । বিজেপি নেতৃত্বাধীন এ ডি এয়ে মহাৰাষ্ট্ৰত…

নৰেন্দ্ৰ মোডীলৈ গোলকীয় শান্তি বঁটা…

মেৰিলেণ্ডৰ স্লিগো ছেভেন্থ-ডে এডভেণ্টিষ্ট চাৰ্চত শুকুৰবাৰে এক অনুষ্ঠানত এটা নতুনকৈ গঠিত বেচৰকাৰী সংগঠন ”ইণ্ডিয়ান আমেৰিকান মাইনোৰিটিজ এছ’চিয়েচন” (AIAM)- এ আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে। এই সংগঠনৰ উদ্দেশ্য হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

ঝাৰখণ্ডৰ নিৰ্বাচনত সৰ্বশক্তিৰে জঁপিয়াই পৰাৰ পিছতো কিয় পৰাজিত হ’ল বিজেপি…

ঝাৰখণ্ডৰ নিৰ্বাচনত সৰ্বশক্তিৰে জঁপিয়াই পৰাৰ পিছতো কিয় পৰাজিত হ’ল বিজেপি…

নৰেন্দ্ৰ মোডীলৈ গোলকীয় শান্তি বঁটা…

নৰেন্দ্ৰ মোডীলৈ গোলকীয় শান্তি বঁটা…

ৱয়নাডত প্ৰিয়ংকা গান্ধীলৈ ৰাইজৰ বিপুল সঁহাৰি…

ৱয়নাডত প্ৰিয়ংকা গান্ধীলৈ ৰাইজৰ বিপুল সঁহাৰি…

ঝাৰখণ্ডত পুনৰ ইণ্ডিয়াৰ চৰকাৰ

  • By editor
  • November 23, 2024
  • 4 views

মহাৰাষ্ট্ৰত পুনৰ এনডিএৰ চৰকাৰ

  • By editor
  • November 23, 2024
  • 9 views

ভাৰতীয় নৌসেনাৰ চাবমেৰিনৰ খুন্দাত ধৰাশায়ী ১৩ জনীয়া মাছমৰীয়া নাৱ…

ভাৰতীয় নৌসেনাৰ চাবমেৰিনৰ খুন্দাত ধৰাশায়ী ১৩ জনীয়া মাছমৰীয়া নাৱ…