USTM-য়ে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিছে! মুখ্যমন্ত্ৰীৰ ঘোষণা- অসমত চাকৰি নাপাব USTMৰ শিক্ষাৰ্থীয়ে

ইউ এছ টি এমক লৈ খং উপশম হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

সংবাদ মাধ্যমৰ সন্মুখত ইউ এছ টি এমক লৈ পুনৰ সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী।

ইউ এছ টি এমৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসমত চাকৰি নাপায় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

ইয়াৰ বাবে চৰকাৰে বেলেগ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ কয় যে ইউ এছ টি এমৰ শিক্ষাৰ্থীয়ে অসমত চাকৰি লাভ কৰিবলৈ অৱতীৰ্ণ হব লাগিব আন এটা বেলেগ পৰীক্ষাত।

ইউ এছ টি এমৰ ওপৰত তেওঁৰ অলপ বেছি খং উঠি আছে বুলিও মন্তব্য কৰিলে শৰ্মাই।

মুখ্যমন্ত্ৰীৰ মন্তব্য, “ইউ এছ টি এমে আমাক চেলেঞ্জ দিছে। তেওঁলোকে বুজি পোৱা উচিত যে হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে চেলেঞ্জ দিছে

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে