এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

ভাৰতৰ প্ৰতিখন ৰাজ্যৰ নিজ নিজ বৈশিষ্ট তথা সুকীয়া পৰিচয় আছে। প্ৰতিখন ৰাজ্যৰ অন্তৰ্গত প্ৰতিখন চহৰৰ ঐতিহ্যই নিজ পৰিচয় বহন কৰে। ইয়াৰ মাজতে ভাৰতত এখন এনে চহৰ আছে য’ত ২০০ খনতকৈ অধিক মহাবিদ্যালয় আছে। পৰ্যটন তথা শিক্ষাৰ ক্ষেত্ৰত জনপ্ৰিয় ভাৰতৰ এই চহৰখনক সৰ্ব বিদ্যাৰ ৰাজধানী আৰু জ্ঞান নগৰী বুলিও কোৱা হয়। এই চহৰখন হৈছে উত্তৰ প্ৰদেশৰ অন্তৰ্গত বানাৰস বা বাৰাণসী।

বাৰাণসীত ২০০ তকৈ অধিক কলেজ আছে। এই কলেজ সমূহত অন্য ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। ইয়াৰোপৰি বাৰাণসীত এখন-দুখন নহয় ৫ খনকৈ বিশ্ববিদ্যালয় আছে। এই বিশ্ববিদ্যালয় সমূহত কেবাখনো কলেজ শাখাভুক্ত হৈ আছে।

বাৰাণসীৰ অন্তৰ্গত বিশ্ববিদ্যালয় সমূহ ক্ৰমে- বানাৰস হিন্দু বিশ্ববিদ্যালয়, মহাত্মা গান্ধী কাশী বিদ্যাপীঠ, সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়, তিব্বতী শিক্ষা প্ৰতিষ্ঠান, আল-জামিয়া-উল-ছালাফিয়া।
  • Brahmaputra Times

    Related Posts

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    বিগত সপ্তাহত সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী লোকক হত্যা কৰিছিল। সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    ২০ নবেম্বৰ ২০২৪ত অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। ৰাজ্যখনত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা